• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অশ্লীল ভিডিঅ’ৰ গোচৰত গ্ৰেপ্তাৰ দুজন বিজেপি নেতা, ভিডিঅ’ ফাদিল কৰাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2024 2:02 pm
অশ্লীল ভিডিঅ’ৰ গোচৰত গ্ৰেপ্তাৰ দুজন বিজেপি নেতা, ভিডিঅ’ ফাদিল কৰাৰ অভিযোগ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি তথা নিলম্বিত জনতা দল চেকুলাৰৰ সাংসদ প্ৰজ্বল ৰেভান্নাৰ ‘যৌন নিৰ্যাতন’ৰ ভিডিঅ’ৰ সৈতে জড়িত গোচৰটোত আৰু দুজন বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে তেওঁলোকক জিম্মাত লয়। অভিযোগ অনুসৰি তেওঁলোকে এই অশ্লীল ভিডিঅ’সমূহ ফাদিল কৰি প্ৰচাৰ কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি চেতন আৰু লিকিত গৌড়া নামৰ বিজেপি নেতা দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী বিষয়াই য়েলগুণ্ডাৰ পৰা চেতনক আৰু শ্ৰৱণবেলাগোলা অঞ্চলৰ পৰা লিকিটক গ্ৰেপ্তাৰ কৰে। চিকিৎসা পৰীক্ষাৰ অন্তত দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতত হাজিৰ কৰোৱা হয়। ন্যায়াধীশে তেওঁলোকক আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিলে।

ইয়াৰ পূৰ্বে এই গোচৰত কৰ্ণাটক বিজেপি নেতা দেৱৰাজ গৌড়াক গ্ৰেপ্তাৰ কৰিছিল এছ আই টিয়ে। এপ্ৰিলৰ শেষৰ ফালে কৰ্ণাটকৰ হাছান জিলাৰ বিজেপি নেতা দেৱৰাজে প্ৰজ্বলৰ যৌন নিৰ্যাতনৰ ১৩০০ ভিডিঅ’ থকা পেন ড্ৰাইভ ৰাজহুৱা কৰিছিল। তেওঁ অভিযোগ কৰে যে বিগত পাঁচ বছৰ ধৰি হাছানৰ সাংসদ প্ৰজ্বলে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। যৌন নিৰ্যাতনৰ অভিযোগত সেই বিজেপি নেতাক গ্ৰেপ্তাৰ কৰে এছ আই টিয়ে।

দেৱৰাজে অভিযোগ কৰে যে প্ৰজ্বলক তেওঁৰ পিতৃ আৰু দেৱগৌড়াৰ পুত্ৰ এইচ ডি ৰেভান্নায়ো সমৰ্থন কৰিছিল। ইতিমধ্যে কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে এইচ ডি কেক গ্ৰেপ্তাৰ কৰিছে। পুত্ৰৰ যৌন নিৰ্যাতনত সহযোগিতা আৰু মহিলা অপহৰণৰ অভিযোগ উত্থাপন হৈছে। এইচ ডি ৰেভানাক গ্ৰেপ্তাৰ কৰা হৈছে যদিও প্ৰজ্বল এতিয়াও পলাতক। তেওঁ বহিঃৰাষ্ট্ৰলৈ পলায়ন কৰা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননী জাৰি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

September 2, 2025 9:00 pm
কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm
ভূতৰ ওপৰত দানহ: পুনৰ আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি

ভূতৰ ওপৰত দানহ: পুনৰ আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি

September 2, 2025 7:37 pm
অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

September 2, 2025 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

September 2, 2025 9:00 pm
কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd