• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুখ্যাত মানৱ সৰবৰাহকাৰী স্কৰ্পিয়নক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2024 12:05 pm
ফটো সৌজন্যঃ ডেইলী মেইল।

ফটো সৌজন্যঃ ডেইলী মেইল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপৰ অন্যতম কুখ্যাত মানৱ সৰবৰাহকাৰী বাৰ্জান মাজিদক গ্ৰেপ্তাৰ কৰা হৈছে। যাক স্কৰ্পিয়ন নামেৰেও জনা যায়। দেওবাৰে পুৱা ইৰাকৰ কুৰ্দিস্তানত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়াই এই কথা নিশ্চিত কৰিছে।

শেহতীয়াকৈ ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে বাৰ্জান মাজিদক লৈ এক তদন্তমূলক প্ৰতিবেদন প্ৰকাশ কৰিছে। তেওঁলোকে কুৰ্দিস্তানৰ চুলেমানিয়া চহৰত বাৰ্জানৰ সন্ধান পাইছিল।

প্ৰতিবেদন অনুসৰি, তেওঁ আৰু তেওঁৰ দলটোৱে কেইবাবছৰ ধৰি ইংলিচ চেনেলৰ সিপাৰে নাও আৰু ল’ৰীৰ জৰিয়তে মানৱ সৰবৰাহত যথেষ্ট জড়িত হৈ আছিল। ইংলিচ চেনেলৰ সিপাৰে লাখ লাখ প্ৰব্ৰজনকাৰীক প্ৰেৰণ কৰা বুলিও বাৰ্জানে জনায়।

Apply Now

লগতে পঢ়কঃ চাবাহাৰ বন্দৰক লৈ ভাৰত-ইৰাণৰ চুক্তি; ক্ষুব্ধ আমেৰিকা, দিলে নিষেধাজ্ঞাৰ সকীয়নি!

ব্ৰিটেইনকে ধৰি কেইবাখনো দেশৰ আৰক্ষীৰ ‘ৱাণ্টেড’ তালিকাত বাৰ্জানৰ নাম আছে। আমেৰিকাৰ নেশ্যনেল ক্ৰাইম এজেন্সীয়েও তেওঁক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে।

জানিব পৰা গৈছে যে ব্ৰিটেইনৰ আৰক্ষী বিষয়াসকলে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকৰ ফোনবোৰ পৰীক্ষা-নিৰীক্ষা কৰি চায়। ২০১৬ চনৰ পৰা এটা সন্দেহজনক নম্বৰ বাৰে বাৰে লক্ষ্য কৰে। সেই মোবাইল ফোনবোৰত থকা নম্বৰটো স্কৰ্পিয়ন নামত ৰখা হৈছিল। কেতিয়াবা কেঁকোৰা এটাৰ ছবিৰ সৈতেও নম্বৰটো চেভ কৰা হৈছিল।

এই স্কৰ্পিয়নৰ পৰিচয় প্ৰকাশ কৰিছিল ব্ৰিটেইনৰ নেশ্যনেল ক্ৰাইম এজেন্সীৰ জ্যেষ্ঠ তদন্তকাৰী বিষয়া মাৰ্টিন ক্লাৰ্কে। তেওঁ কয়, তদন্তৰ এটা পৰ্যায়ত বুজা গৈছে যে স্কৰ্পিয়ন আচলতে বাৰ্জান মাজিদ নামৰ এজন কুৰ্দি ইৰাকী।

লগতে পঢ়কঃ মুম্বাইত ধূলিৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত, আহত ৭৪ জন

অৱশ্যে মাজিদ নিজেই সৰবৰাহৰ বলি হৈছিল। ২০০৬ চনত ঘটিছিল সেই ঘটনা। তেতিয়া তেওঁৰ বয়স আছিল ২০ বছৰ। তেওঁক এখন ল’ৰীত উঠাই ব্ৰিটেইনলৈ পঠিওৱা হৈছিল। কিন্তু এবছৰৰ পাছত তেওঁক দেশ এৰি যাবলৈ কোৱা হ’ল। অৱশ্যে আৰু কেইবছৰমান তেওঁ ব্ৰিটেইনতে থাকিল। বিভিন্ন অপৰাধৰ বাবে কিছু সময় কাৰাগাৰতো কটাবলগীয়া হৈছিল।

The NCA has been informed of the arrest of Barzan Majeed – nicknamed ‘Scorpion’ – in the Kurdish region of Northern Iraq. https://t.co/DMY77IJhiB

— National Crime Agency (NCA) (@NCA_UK) May 13, 2024

অৱশেষত ২০১৫ চনত ইৰাকলৈ প্ৰেৰণ কৰা হয় মাজিদক। কিছু দিনৰ পাছতে তেওঁ মানৱ সৰবৰাহৰ জগতখনত প্ৰৱেশ কৰে। ধাৰণা কৰা হয় যে মাজিদে ডাঙৰ ভাতৃৰ জৰিয়তেই এই অপৰাধত লিপ্ত হৈছিল। তেওঁৰ ডাঙৰ ভাতৃ তেতিয়া বেলজিয়ামৰ কাৰাগাৰত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd