• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুলীবিদ্ধ শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী; সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2024 10:03 am
গুলীবিদ্ধ শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো। ফাইল ফটোঃ সংগ্ৰহীত।

গুলীবিদ্ধ শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো। ফাইল ফটোঃ সংগ্ৰহীত।

280
VIEWS
Share on FacebookShare on Twitter

কেবিনেট বৈঠক শেষ হৈছিল মাত্ৰ। তেতিয়াই বন্দুকৰ গুলীৰ শব্দ শুনা গ’ল। শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোক গুলীয়াই আহত কৰা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তেওঁক চাৰিবাৰ গুলীচালনা কৰা হৈছে।

শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাতিশ্লোভাৰ পৰা ১০০ মাইল উত্তৰ-পূবে অৱস্থিত হেণ্ডলোভা চহৰৰ “হাউছ অৱ কালচাৰ” বিল্ডিঙত এজন আততায়ীয়ে আক্ৰমণ চলায়। সূত্ৰ অনুসৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী ফিকোৰ দেহত চাৰিটা গুলীৰ আঘাত পোৱা বুলি জানিব পৰা গৈছে। তাৰে এটা পাকস্থলীত লাগিছে। অৱশ্যে আক্ৰমণকাৰীয়ে কাৰ বা কিহৰ বাবে এই কাম কৰিলে সেয়া আৰক্ষীয়ে জানিব পৰা নাই।

লগতে পঢ়কঃ আভ্যন্তৰীণ কন্দল! `জয়ন্ত মল্লবৰুৱাক মুখ বন্ধ কৰি ৰাখিবলৈ কওক’-মুখ্যমন্ত্ৰীলৈ বিজেপি বিধায়কৰ আহ্বান

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, এজন প্ৰত্যক্ষদৰ্শীয়ে একেৰাহে চাৰিবাৰকৈ বন্দুকৰ গুলীৰ শব্দ শুনিছিল। এজন লোকক ডিঙিত ধৰি আৰক্ষীৰ গাড়ীত উঠাই নিয়াও দেখিছিল। বিশ্বাস কৰা হয় যে সেইজন ব্যক্তিয়েই আক্ৰমণকাৰী।

ৰাষ্ট্ৰপতি জুজানা কাপুটোভাই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে তেওঁ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কাষত থিয় দিছে। ইফালে এই ঘটনাৰ বাবে সংসদৰ অধিৱেশন অনিৰ্দিষ্টকালৰ বাবে পিছুৱাই দিয়া হৈছে।

এখন দেশৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীক গুলীওৱাটো কোনো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেকুৱা হৈছে আৰু আনকি তাত মৃত্যুও হৈছে।

লগতে পঢ়কঃ ঘৰৰ ল’ৰা ৰিয়ানৰ ধৈৰ্যশীল ইনিংছ! অধিনায়ক কুৰানৰ বিক্ৰমেৰে গুৱাহাটীত ৰাজস্থানক হৰুৱালে পঞ্জাবে

শেহতীয়া সময়ৰ কথা ক’ব গ’লে ২০২২ চনৰ কথা ক’ব পাৰি। সেই বছৰৰ জুলাই মাহত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক গুলীয়াই হত্যা কৰা হৈছিল। নাৰা চহৰত প্ৰচাৰ অভিযানত ভাষণ দি থকাৰ সময়তে টেটছুয়া ইয়ামাগামীয়ে তেওঁক পিছফালৰ পৰা গুলীয়াই হত্যা কৰে। ঘটনাস্থলীৰ পৰাই ৪১ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল।

Recent News

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd