• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৰৰ ল’ৰা ৰিয়ানৰ ধৈৰ্যশীল ইনিংছ! অধিনায়ক কুৰানৰ বিক্ৰমেৰে গুৱাহাটীত ৰাজস্থানক হৰুৱালে পঞ্জাবে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2024 7:30 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধিনায়ক ছেম কুৰানৰ দুৰ্দান্ত অৰ্ধশতকৰ ওপৰত নিৰ্ভৰ কৰি পঞ্জাৱ কিংছে ৰাজস্থানৰ হাতৰ পৰা জয় কাঢ়ি লৈ ​​গ’ল। প্লে অফ নিশ্চিত হোৱাৱা ৰাজস্থান ৰয়েলছক তেওঁলোকৰ ঘৰুৱা খেলপথাৰতে পৰাস্ত কৰে কুৰান বাহিনীয়ে।

ইপিনে, একেৰাহে চাৰিখন মেচত পৰাস্ত হৈ পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থানত থকাটো কঠিন হৈ পৰিল সঞ্জু চেমছনৰ ৰাজস্থানৰ বাবে।

বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত খেলিবলৈ নমাৰ পূৰ্বে ৰাজস্থান ৰয়েলছে আই পি এল ২০২৪ৰ প্লে অফ নিশ্চিত কৰিছিল। আনহাতে, পঞ্জাব কিংছ পইণ্ট টেবুলত একেবাৰে তলত আছিল। হিচাপ-নিকাচৰ ফালৰ পৰা এই মেচখনৰ বিশেষ কোনো গুৰুত্ব নাছিল।

Apply Now

কিন্তু সেই মেচতে পঞ্জাবে কঠিন যুঁজ দিলে। পইণ্ট টেবুলতো সামান্য উন্নতি সাধন কৰিলে। আনহাতে, পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থানত থকাটো ৰাজস্থানৰ বাবে অধিক কঠিন হৈ পৰিল। ৰয়েলছ একেৰাহে চাৰিখন মেচত পৰাস্ত হৈছে। ৰাজস্থানে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলখনত পইণ্ট তালিকাৰ শীৰ্ষত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব লাগিব।

বুধবাৰে গুৱাহাটীত তেওঁলোকৰ ‘ছেকেণ্ড হোম’ত খেলিছিল ৰাজস্থানে।  এই ছিজনত দলটোৰ অন্যতম আশা ৰিয়ান পৰাগৰ ঘৰুৱা খেলপথাৰ। সঞ্জুৱে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু মন্থৰ পিটছত হৰ্ষল-কুৰাণৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ৰাজস্থানৰ বেটছমেনসকলে হাৰ মানিলে। কেৱল ৰিয়ানৰ ৪৮ ৰানৰ ইনিংছৰ ওপৰত ভৰ কৰিয়েই ৰয়েলছে ১৪৪ ৰান কৰে।

ইপিনে, লক্ষ্য অনুসৰণ কৰি পঞ্জাব কিংছো বিপদত পৰে। প্ৰভসিমৰন সিং-জনী বেয়াৰষ্টো সোনকালে আউট হৈ যায়। কিন্তু ছেম কুৰানে চাপত শীতল মস্তিষ্কৰে অধিনায়কোচিত ইনিংছ খেলিলে। বিপৰীত দিশত উইকেট পৰিলেও ৰানৰ গতি কমিবলৈ নিদিলে। শেষত তেওঁ  ৪১টা বলত ৬৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। এটা অভাৰ বাকী থকা অৱস্থাতে পঞ্জাবে জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

 ৰাজস্থান ৰয়েলছঃ ১৪৪/৯ (ৰিয়ান ৪৮, অশ্বিন ২৮, কুৰাণ ২/২৪, ৰাহুল ২/২৬)

পঞ্জাৱ কিংছ: ১৪৫/৫ (কুৰাণ ৬৩, আৱেশ ২/২৮)

৫ উইকেটত জয়লাভ কৰে পঞ্জাবে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd