• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

কোভিচিল্ডৰ পিছত পোহৰলৈ আহিছে কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া : বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষণাত ওলাইছে ভয়ংকৰ তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 16, 2024 5:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত বায়’টেকৰ ক’ভিড প্ৰতিৰোধী ভেকচিন ক’ভাক্সিন গ্ৰহণ কৰা ব্যক্তিসকলৰ প্ৰায় এক তৃতীয়াংশই পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হোৱাৰ তথ্য পোহৰলৈ আহিছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা এবছৰৰ গৱেষণাত ওলাইছে এই তথ্য।

গৱেষণাত অংশ লোৱা ৯২৬ জন অংশগ্ৰহণকাৰীৰ প্ৰায় ৫০ শতাংশই পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হৈছিল।

Apply Now

কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বিবিভি১৫২ ভেকচিনৰ দীৰ্ঘম্যাদী সুৰক্ষাৰ ওপৰত চকু ৰখা এই অধ্যয়নত দাবী কৰা হৈছে যে ষ্ট্ৰোক আৰু গুইলেন-বেৰ চিনড্ৰমকে ধৰি গুৰুতৰ এইএছআই এক শতাংশ ব্যক্তিৰ ক্ষেত্ৰত পোৱা গৈছে।

২০২২ চনৰ জানুৱাৰীৰ পৰা আগষ্টলৈকে কৰা এই অধ্যয়নত জানিব পৰা গৈছে যে কোভাক্সিন গ্ৰহণ কৰা প্ৰায় এক তৃতীয়াংশ ব্যক্তিৰ এ ই এছ আই ৰোগ হৈছিল। নতুনকৈ আৰম্ভ হোৱা ছাল আৰু ছালৰ তলৰ বিকাৰ, সাধাৰণ বিকাৰ, আৰু স্নায়ুতন্ত্ৰৰ বিকাৰ হৈছে ভেকচিন লোৱাৰ পিছত কিশোৰ-কিশোৰীসকলৰ মাজত দেখা পোৱা তিনিটা আটাইতকৈ সাধাৰণ বিকাৰ।

এই অধ্যয়নত ৬৩৫ জন কিশোৰ-কিশোৰী আৰু ২৯১ জন প্ৰাপ্তবয়স্ক লোকক জড়িত কৰা হৈছিল, যিসকলে BBV152 ভেকচিন লাভ কৰিছিল।

টিকাকৰণৰ ১ বছৰৰ পিছত বিশেষ দীৰ্ঘম্যাদী পাৰ্শ্ব্ক্ৰিয়াৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক টেলিফোনযোগে সাক্ষাৎকাৰ লোৱা হৈছিল।

এই ভেকচিন লোৱা ১০.৫ শতাংশ কিশোৰ-কিশোৰী ছালৰ ৰোগত, ১০. ২ শতাংশ কিশোৰ কিশোৰী সাধাৰণ ৰোগত, আৰু ৪.৭ % কিশোৰ কিশোৰী স্নায়ুতন্ত্ৰৰ ৰোগত ভুগিছিল বুলি গৱেষণাত প্ৰকাশ পাইছে।

লগতে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত পেশী-কংকালৰ ৰোগত ৫. ৮ শতাংশ লোক আক্ৰান্ত হোৱাৰ লগতে স্নায়ুতন্ত্ৰৰ ৰোগত ৫. ৫ শতাংশ লোক আক্ৰান্ত হৈছে।

ভেকচিন গ্ৰহণ কৰা ৪.৬ শতাংশ মহিলাৰ ঋতুস্ৰাৱৰ অস্বাভাৱিকতা লক্ষ্য কৰা হৈছিল গৱেষণাটোত।

গৱেষণাত ওলাইছে যে ২. ৭ শতাংশ আৰু ০.৬ শতাংশ অংশগ্ৰহণকাৰীৰ চকুৰ অস্বাভাৱিকতা আৰু হাইপোথাইৰয়ডিজম দেখা গৈছে।

অধ্যয়নটোত কোৱা হৈছে যে ক’ভাক্সিনৰ দুটা মাত্ৰা গ্ৰহণ কৰা প্ৰাপ্তবয়স্কসকলৰ তুলনাত তিনিটা ড’জ গ্ৰহণ কৰা প্ৰাপ্তবয়স্ক আৰু এটা ড’জ গ্ৰহণ কৰা প্ৰাপ্তবয়স্কসকলৰ এ ই এছ আইৰ আশংকা ক্ৰমে চাৰি আৰু দুগুণ বেছি আছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd