• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩৫ গৰাকী মহিলাৰে সম্পৰ্ক আছে স্বামীৰ কিন্তু আক্ষেপ নাই পত্নীৰ : কি ৰহস্য আছে এই সুখী জীৱনৰ আঁৰত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 16, 2024 8:45 pm
569
VIEWS
Share on FacebookShare on Twitter

বিবাহত সুখী হোৱাৰ উপায় কি? শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বাস কৰা এগৰাকী মহিলাই সামাজিক মাধ্যমত ব্যক্ত কৰিলে সুখী দাম্পত্য জীৱনৰ এক অদ্ভুত উপায়।

মহিলাগৰাকীয়ে দাবী কৰিছে যে যোৱা কেইবছৰমানৰ ভিতৰত তেওঁ নিজৰ স্বামীক আন ৩৫ গৰাকী মহিলাৰ সৈতে ভগাই লৈছে। সেইবাবেই তেওঁলোকৰ দাম্পত্য জীৱন সুখী।

হানি ব্ৰুকছ নামৰ মহিলাগৰাকীয়ে ইনষ্টাগ্ৰামত দাবী কৰিছে যে তেওঁলোকৰ শোৱা কোঠাত আন মহিলাসকলে কেৱল স্বামীৰ ইচ্ছামতে নহয়, তেওঁৰো ইচ্ছামতে প্ৰৱেশ কৰিছিল। স্বামীৰ সৈতে একেটা কোঠাতে আন এগৰাকী মহিলাই নৈশ যাপন কৰিলে তেওঁৰ কোনো সমস্যা নাই।

হানিয়ে কয়, “আমাৰ বিয়াৰ পিছত বহুতে কৈছিল যে আমাৰ সম্পৰ্ক বেছি দিন নাথাকিব। আমাক দেখি সুখী যেন নালাগে। আগতে এই কথাবোৰ শুনি বেয়া পাইছিলোঁ। মই মুক্ত বৈবাহিক ধাৰণাটোত বিশ্বাস কৰোঁ। মোৰ বাহিৰেও আন মহিলাৰ লগত স্বামীয়ে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে।”

এই মুক্ত ধাৰণাৰ অনুশীলনেই তেওঁলোকৰ সম্পৰ্কক টিকাই ৰাখিছে বুলি ভাবে মহিলাগৰাকীয়ে।

তেওঁ কয়, ‘‘মোৰ মোৰ প্ৰস্তাৱ আৰম্ভণিতেই মানি লৈছিল। আমি বিশ্বাস কৰোঁ যে সুখী হোৱাটোৱেই আচল কথা। সম্পৰ্কত ইজনে সিজনক প্ৰতাৰণা নকৰাটো প্ৰয়োজনীয়।”

হানি এই সামাজিক মাধ্যমৰ প্ৰভাৱশালী মহিলা। তেওঁৰ এই বক্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তেওঁক বহুতেই সমালোচনাৰ লক্ষ্য কৰি লৈছে যদিও আন এচামে কৈছে যে এয়া আপোনাৰ জীৱন, আপুনি কেনেকৈ সম্পৰ্ক বজাই ৰাখিব সেয়া সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।

Recent News

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd