• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়ানক কাণ্ড! কানপুৰত ১৫ বছৰীয়া কিশোৰৰ নিয়ন্ত্ৰণহীন গাড়ীৰ খুন্দাত আহত ৪ জন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 23, 2024 1:11 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনেৰ ঘটনাৰ অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে কানপুৰত। দেওবাৰে মদ্যপান কৰি গাড়ীৰ তলত দুজন অভিযন্তাক চেপি নিছিল ১৭ বছৰীয়া এগৰাকী কিশোৰে। সেই ঘটনাত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। এইবাৰ আন এগৰাকী কিশোৰৰ নিয়ন্ত্ৰহীন গাড়ীৰ খুন্দাত চাৰিজন লোকৰ গুৰুতৰভাৱে আহত হয়। কানপুৰত সংঘটিত হয় অনুৰূপ ভয়ানক এই ঘটনা।

মঙলবাৰে উত্তৰ প্ৰদেশৰ কানপুৰত ১৫ বছৰীয়া কিশোৰৰ গাড়ীত খুন্দাত ৪ জন লোক আহত হয়। অৱশ্যে ইয়াৰ পূৰ্বেও এই কিশোৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পূৰ্বে এই কিশোৰগৰাকীয়ে ২০২৩ চনত দুজন পথচাৰীক চেপি নিহত কৰিছিল। ইতিমধ্যে নাবালকজনক জিম্মাত লৈ বুধবাৰে জুভেনাই হোমলৈ প্ৰেৰণ কৰা হৈছে।

অভিযুক্ত কিশোৰ কানপুৰৰ এগৰাকী বিশিষ্ট চিকিৎসকৰ পুত্ৰ বুলি জানিব পৰা গৈছে। এই গোচৰৰ সমান্তৰালকৈ তেওঁৰ বিৰুদ্ধে পুৰণি গোচৰটোও পুনৰ মুকলি কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ লখিমপুৰ আৰক্ষীৰ জিম্মাত আটকাধীন বন্দীৰ মৃত্যু; স্থানীয় ৰাইজে উজাৰিছে ক্ষোভ, তদন্তৰ দাবী

জানিব পৰা মতে, অভিযুক্তৰ পিতৃৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। ১৫ বছৰীয়া কিশোৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৭৯ আৰু ৩৩৮ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বেও নাবালকজনৰ বিৰুদ্ধে ৩০৪ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

২০২৩ চনত দুজন লোকক নিহত কৰাৰ পিছত কেনেকৈ পুনৰ গাড়ী চলাবলৈ দিয়া হৈছিল সেই সন্দৰ্ভত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে সমগ্ৰ অঞ্চলটোত এই ঘটনা বিয়পি পৰাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

কানপুৰ চহৰৰ আয়ুক্ত অখিল কুমাৰে কয় যে এই কিশোৰগৰাকীয়ে আৰু যোৱা বছৰৰ অক্টোবৰ মাহত মাৰাত্মক ঘটনা সংঘটিত কৰিছিল। সেই সময়ত দুজন পথচাৰীৰ মৃত্যু হৈছিল। কিশোৰগৰাকী মাৰাত্মক দুৰ্ঘটনাত জড়িত হোৱাৰ পিছতো তেওঁক কিয় চিকিৎসক পিতৃয়ে পুনৰ গাড়ী চলাবলৈ দিলে তাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। বহুতেই পৰিয়ালটোক সমালোচনা কৰা দেখা গৈছে।

লগতে পঢ়কঃ নলবাৰীৰ ষ্ট্ৰং ৰুমত নিৰাপত্তা ভংগৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিলে অসম চৰকাৰে

আৰক্ষীয়ে জনোৱা মতে, ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁ গংগা বেৰেজলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। গাড়ীখন তীব্ৰ বেগেৰে গৈ থকাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুই পথচাৰী সাগৰ নিষাদ আৰু আশীষ ৰাম চৰণ নামৰ লোক দুজনক খুন্দিওৱাৰ ফলত তেওঁলোক মৃত্যুমুখত পৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd