• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীৰ ষ্ট্ৰং ৰুমত নিৰাপত্তা ভংগৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিলে অসম চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2024 10:20 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে বুধবাৰে (২২ মে’) নলবাৰী জিলাৰ ষ্ট্ৰং ৰুমৰ ভিতৰত, ভোটগ্ৰহণৰ দিনটোত সংঘটিত হোৱা এক নিৰাপত্তা ভংগৰ তদন্ত ঘোষণা কৰে। এই তদন্তৰ তদাৰক কৰিব অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে।

যোৱা ৭ মে’ত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বুধবাৰে (২২ মে’) জিলা সদৰত তদন্ত আৰম্ভ হয়। নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাকে ধৰি অন্যান্য সংশ্লিষ্ট কৰ্মীসকল তাত উপস্থিত থাকে।

‘অসম চৰকাৰ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে ২২.০৫.২০২৪ তাৰিখে নলবাৰী ভ্ৰমণ কৰি ০৭/ ০৫/২০২০ তাৰিখে বৰপেটা সংসদীয় সমষ্টিৰ অন্তৰ্গত নলবাৰী নিৰ্বাচনী জিলাত ষ্ট্ৰং ৰুম চৌহদত নিৰাপত্তা ভংগ সন্দৰ্ভত তদন্ত কৰিবলৈ গৈ আছে বুলি আপোনালোকক জনাবলৈ মোক নিৰ্দেশ দিয়া হৈছে।” ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ-সচিবগৰাকীয়ে এইদৰে উল্লেখ কৰিছে।

Apply Now

ডেকাৰ উপৰিও ষ্ট্ৰং ৰুমৰ দায়িত্বত থকা দণ্ডাধীশ, নিৰাপত্তাৰক্ষী, আৰু নিৰাপত্তা ভংগৰ সাক্ষী হোৱা ৰাজনৈতিক দলৰ প্ৰতিনিধিক সাক্ষ্য দিবলৈ মাতি অনা হয়।

লগতে পঢ়কঃ বিশ্বৰ প্ৰথম হেড ট্ৰান্সপ্লান্ট চিষ্টেম; ভাইৰেল গ্রাফিক ভিডিঅ’ দেখি চকু থৰ নেটিজেনৰ

কংগ্ৰেছৰ বৰপেটাৰ প্ৰাৰ্থী দীপ বায়নে যোৱা ১৪ মে’ত ভাৰতৰ নিৰ্বাচন আয়োগক এজাহাৰ দাখিল কৰি কথিত নিৰাপত্তা ত্ৰুটিৰ তদন্তৰ আহ্বান জনোৱাৰ পিছতে বিষয়টোৱে গুৰুত্ব লাভ কৰে।

ইয়াৰ পিছতে যোৱা ১০ মে’ত ডেকাই ইভিএমৰ ৰচিদ কেন্দ্ৰৰ ভিতৰত থকা এজন অচিনাকি ব্যক্তিয়ে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা লুইত কুমাৰ বৰ্মনক ১০ লাখ টকা দিবলৈ দাবী জনাইছিল বুলি দাবী কৰি আৰক্ষীক অভিযোগ কৰিছিল।

ডেকাই কোনো সঁহাৰি দিয়াৰ পূৰ্বেই ব্যক্তিজনে চৌহদৰ পৰা ওলাই যায় বুলি কোৱা হৈছে।

ৰচিদ কাউণ্টাৰ আৰু ষ্ট্ৰং ৰুমটো চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱস্থিত আৰু ইয়াত একেটা প্ৰৱেশ-প্ৰস্থান ৰখা হৈছে আৰু সেইদৰে এক উচ্চ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

কিন্তু এই নিৰাপত্তা প্ৰট’কলৰ মাজতো অচিনাক্ত ব্যক্তিজনে ধৰা নপৰাকৈ চৌহদত প্ৰৱেশ আৰু প্ৰস্থান কৰিবলৈ সক্ষম হয়।

উপায়ুক্তৰ কথিত অনিয়মৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত সৰৱ হৈ পৰা বৰ্মনে ডেকাৰ অভিযোগক “সম্পূৰ্ণ মিছা আৰু মনেসজা” বুলি অভিহিত কৰি এই অভিযোগ অস্বীকাৰ কৰে।

এই কাণ্ডৰ কথা উল্লেখ কৰি নিৰ্বাচন আয়োগৰ ওচৰত বায়নৰ অভিযোগত সম্ভাৱ্য অসাধুতা আৰু ইভিএমৰ সৈতে প্ৰতাৰণা কৰাৰ উদ্বেগক তুলি ধৰা হৈছে, যিটো নিৰাপত্তা ভংগৰ ঘটনাই আৰু অধিক গভীৰ কৰি তুলিছে।

লগতে পঢ়কঃ IPL 2024: ট্ৰফীৰ স্বপ্ন আধৰুৱা হৈয়েই ৰ’ল; ৰাজস্থানৰ হাতত পৰাস্ত হৈ আই পি এলৰ পৰা বিদায় কোহলী বাহিনীৰ

বৰ্মনে জোৰ দি কয় যে কেৱল কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তি, যেনে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু নিৰ্বাচনী এজেণ্টেহে ষ্ট্ৰং ৰুমৰ কেম্পাছত প্ৰৱেশ কৰিব লাগে, তাত কোনো অচিনাকি ব্যক্তিৰ প্ৰৱেশ এক উল্লেখযোগ্য নিৰাপত্তাজনিত ত্ৰুটি।

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ব্যক্তিজনক এতিয়াও চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অসম চৰকাৰৰ এই তদন্তৰ লক্ষ্য হৈছে বিষয়টোৰ সবিশেষ উন্মোচন কৰা আৰু নলবাৰীৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd