• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: ট্ৰফীৰ স্বপ্ন আধৰুৱা হৈয়েই ৰ’ল; ৰাজস্থানৰ হাতত পৰাস্ত হৈ আই পি এলৰ পৰা বিদায় কোহলী বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2024 7:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এল আহে, আই পি এল যায়। সলনি হৈ যায় দলৰ নাম, জাৰ্চি, অধিনায়ক, মালিক। কিন্তু RCB ৰ ভাগ্য সলনি নহ’ল। ১৭ বছৰৰ পাছতো ভাৰত শ্ৰেষ্ঠৰ খিতাপটো আধৰুৱা হৈয়েই থাকিল কোহলী বাহিনীৰ।

দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে সপোন উজ্জীৱিত কৰি তুলিও ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে শেষত ট্ৰফী জয়ৰ কাষ চাপিব নোৱাৰিলে। ৰাজস্থান ৰয়েলছৰ হাতত এলিমিনেটৰত পৰাস্ত হৈ এইবাৰৰ বাবে আইপিএল যাত্ৰা সামৰিলে বিৰাট বাহিনীয়ে।

চলিত আই পি এলৰ মাজভাগত যেতিয়া ক্ৰিকেট অনুৰাগীসকলে প্লে অফৰ হিচাপ-নিকাচ আৰম্ভ কৰিছিল, তেতিয়া আৰ চি বিক বাদ দিয়ে তেওঁলোকৰ বাজি চলিছিল। কাৰণ বিৰাট কোহলীৰ দলটোৱে ৭খন মেচত মাত্ৰ এটা জয়ৰে পইণ্ট তালিকাৰ তলত আছিল।

Apply Now

তাৰ পৰা এক ডাঙৰ প্ৰত্যাৱৰ্তনেৰে দলটোৱে সকলোকে সন্মোহিত কৰি তুলিছিল। একেৰাহে ৬ খন মেচত জয়ী হৈ প্লে অফৰ টিকট নিশ্চিত কৰিছিল। কিন্তু শেষৰক্ষা নহ’ল। এলিমিনেটৰত স্তব্ধ হৈ পৰিল আৰচিবিৰ জয়যাত্ৰা।

বুধবাৰে এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে আৰচিবিক বেটিং কৰিবলৈ পঠিয়ায়। কিন্তু বেংগালুৰুৰ বেটছমেনসকল আৰম্ভণিৰে পৰা অতি অস্বস্তিত পৰিছিল। তেনেকৈ কোনেও পাৰ্টনাৰশ্বিপ গঢ়ি তুলিব পৰা নাছিল। শেষত আৰচিবিৰ ইনিংছ ২০ অভাৰত ১৭২ ৰানত বন্ধ হৈ পৰে। ৰাজস্থানৰ হৈ আৱেশ খানে ৩ টা উইকেট দখল কৰে।

১৭৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি পাৱাৰ প্লেত যশস্বী জয়ছোৱালে আক্ৰমণাত্মক বেটিং কৰে। অৰ্ধশতক কৰিব নোৱাৰিলেও যুৱ খেলুৱৈগৰাকীয়ে দলৰ জয়ৰ ভেটি গঢ়ি তোলে। ধাৰাবাহিকভাৱে উইকেট হেৰুৱাই থকাৰ পাছতো ৰাজস্থানৰ ৰান ৰেট লেহেমীয়া নহ’ল। ৰিয়ান পৰাগ আৰু হোৱাইটমেয়াৰে কেইবাটাও আকৰ্ষণীয় শ্বট খেলি আউট হৈ যায়। ৰিয়ানে ৩৬ ৰান কৰে।

শেষ অভাৰত ছয় মাৰি ৰভমেন পাৱেলে ৰাজস্থানক বিজয়ী কৰে। অহা শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পুনৰ কোৱালিফায়াৰত খেলিব সঞ্জু ছেমছনৰ দলটোৱে। ইপিনে, প্ৰতিবাৰৰ দৰেই ট্ৰফীবিহীনভাৱে শেষ হ’ল আৰ চি বিৰ অভিযান।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ১৭২/৮ (ৰজত ৩৪, বিৰাট ৩৩, আৱেশ ৩/৪৪)

ৰাজস্থান ৰয়েলছঃ ১৭৬/৬ (যাশস্বী ৪৫, ৰিয়ান ৩৬, ছিৰাজ ২/৩৩)

ৰাজস্থান ৰয়েলছে ৪ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd