• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্সাৰত আক্ৰান্ত ৰাজকুমাৰী কেট মিডলট’ন; এবছৰ লোকচক্ষুৰ পৰা আঁতৰত থকা সিদ্ধান্তৰ গুজৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2024 7:26 pm
229
VIEWS
Share on FacebookShare on Twitter

কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৰাজকুমাৰী কেট। ৰাজকীয় পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি ডেইলী বিষ্টে প্ৰকাশ কৰিছে যে কেট মিডলট’নে কেন্সাৰৰ চিকিৎসা গ্ৰহণ কৰাৰ বাবে চলিত বছৰৰ বাকী সময়খিনি ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰত থকাৰ সম্ভাৱনা আছে।

ডেইলী বিষ্টক এজন ৰয়েল ফেমেলিৰ সৈতে ব্যক্তিয়ে জনোৱা মতে, ২০২৪ চনৰ বাকী সময়ছোৱাৰ বাবে প্ৰিন্সেছ অৱ ৱেলছৰ সূচীত একো পৰিকল্পনা অন্তৰ্ভুক্তি কৰা হোৱা নাই।

চলিত বৰ্ষৰ আৰম্ভণিতে কৰ্কট ৰোগ ধৰা পৰাৰ পাছত কেমোথেৰাপি গ্ৰহণ কৰি থকাৰ সময়তে কেট মিডলট’নক পৰিয়ালৰ মাজতে ৰখা বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে জনোৱা মতে, আগন্তুক স্কুলৰ বিৰতি পৰিয়ালৰ সৈতে তেওঁলোকৰ চেণ্ড্ৰিংহাম এষ্টেটৰ বাসগৃহত কটাব বুলি আশা কৰা হৈছে,য’ত পিতৃ-মাতৃয়ে তেওঁক লগ কৰাৰ সম্ভাৱনা আছে।

ৱেলছৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ ল’ৰা-ছোৱালীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত অভিভাৱকসকলে শেহতীয়াকৈ হোৱা অনুষ্ঠানত কেটৰ অনুপস্থিতি লক্ষ্য কৰিছে।

শেহতীয়াকৈ ৰাজকুমাৰ উইলিয়ামে শুভাকাংক্ষীসকলক পত্নীৰ সুস্বাস্থ্যৰ আশ্বাস দিছে। কেনচিংটন পেলেচৰ এগৰাকী মুখপাত্ৰই পূৰ্বে কয় যে ৰাজকুমাৰীগৰাকীয়ে ৰাজহুৱা কৰ্তব্যলৈ ঘূৰি অহাটো তেওঁৰ চিকিৎসা দলৰ পৰা নিশ্চিতিৰ ওপৰত নিৰ্ভৰশীল।

মাৰ্চ মাহত ৰাজকীয় পৰিয়ালৰ অনুৰাগীসকলৰ পৰা আশা আছিল যে কেটে চেণ্টাৰ ফৰ আৰ্লি চাইল্ডহুডৰ সৈতে নিজৰ ভূমিকাত ঘৰৰ পৰাই কাম কৰি থকাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত পুনৰ জনসাধাৰণৰ চকুত পৰিব। কিন্তু কেটৰ কৰ্কট ৰোগ ধৰা পৰা আৰু চিকিৎসাৰ ঘোষণাই সেই আশাবোৰক ম্লান কৰি পেলায়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd