• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাটৰ ৰাজকোটত বিধ্বংসী অগ্নিকাণ্ড; গেমিং জ’নত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2024 7:20 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ ৰাজকোট চহৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। শনিবাৰে সন্ধিয়া জনপ্ৰিয় টি আৰ পি গেমিং জ’নত অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, এই অগ্নিকাণ্ডত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হৈছে। ভিতৰত বহকেইজন লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয়। যুদ্ধকালীন অভিযানেৰে উদ্ধাৰৰ কাম চলি আছে। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ চি পেটেলে সংশ্লিষ্ট বিষয়াসকলক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

ৰাজকোট আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে কয়, ‘প্ৰায় সন্ধিয়া টি আৰ পি গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই পৰ্যন্ত ২৭টা মৃতদেহ উদ্ধাৰ হৈছে।”

Apply Now

লগতে পঢ়কঃ তীব্ৰ গ্ৰীষ্মপ্ৰবাহ! কামৰূপ মহানগৰ জিলাত পুৱা ৭.৩০ বজাৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশ

এই অগ্নিকাণ্ড সন্দৰ্ভত এক বিবৃতিত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয়, ‘টি আৰ পি গেমিং জ’নৰ অগ্নিকাণ্ডত উদ্ধাৰ অভিযানৰ বাবে পৌৰ নিগম আৰু প্ৰশাসনক সকলো নিৰ্দেশনা দিয়া হৈছে। আহতসকলৰ শীঘ্ৰে চিকিৎসাৰ নিৰ্দেশ দিয়া হৈছে।‘

অগ্নিনিৰ্বাপক বাহিনীয়ে অহৰহ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখি জুই নিয়ন্ত্ৰণ কৰিছে। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। উদ্ধাৰকাৰীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

উদ্ধাৰকাৰীসকলৰ মাজৰে এজনে কয় যে গেমিং জ’নৰ অস্থায়ী নিৰ্মাণ ভাঙি পৰাৰ ফলত সমস্যাটো আৰু অধিক ভয়াৱহ হৈ পৰে। আশংকা কৰা হৈছে যে গেমিং জ’নত খেলিবলৈ অহা বহু কিশোৰ-শিশু ভিতৰত আবদ্ধ হৈ পৰিব পাৰে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

লগতে পঢ়কঃসুৰাপায়ী যুৱকৰ গাড়ীৰ খুন্দাত আহত সাতজন পথচাৰী; চিকিৎসালয়ত তিনিমহীয়া কেঁচুৱা!

গেমিং জ’নত সাধাৰণতে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে কাৰ ৰেচিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইণ্ডোৰ আৰু আউটডোৰ গেমৰ ব্যৱস্থা থাকে। আবদ্ধ ঠাইত এটা গেমিং জ’ন সৃষ্টি কৰা হয়। ভিতৰত টায়াৰ, প্লাষ্টিক আদি জ্বলনশীল সামগ্ৰী জমা হৈ থাকে। অগ্নিনিৰ্বাপক বাহিনীৰ মতে ইয়াৰ ফলত জুই দ্ৰুতগতিত বিয়পি পৰে। সেইবোৰ কাৰণতে নিশা ৮ বজালৈকে জুই নিৰ্বাপন কৰিব পৰা হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd