• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টকা থাকিলেনো কি ….!  আম্বানীৰ পুত্ৰৰ দ্বিতীয়টো ‘প্ৰি-ৱেডিং ফাংচন’ত সংগীত পৰিৱেশন কৰিব ৱাকা ৱাকাৰ গায়িকা ছাকিৰাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 29, 2024 7:00 am
7.8k
VIEWS
Share on FacebookShare on Twitter

যোৱা মাৰ্চ মাহত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ প্ৰথম প্ৰাক বিবাহ অনুষ্ঠান আয়োজিত হৈছিল।

গুজৰাটৰ জামনগৰত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সমৱেশ হৈছিল বিশ্বৰ নামী-দামী ব্যক্তি।

আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা ৰিহানাৰ পৰা আৰম্ভ কৰি বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গলৈকে বিবাহৰ এই অনুষ্ঠানত উপস্থিত আছিল বিশ্বৰ সৰ্ববৃহৎ কোটিপতিসকল।

অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰি ৰিহানাই কমেও ছয় মিলিয়ন ডলাৰৰ লাভ কৰিছিল।

আনকি এই অনুষ্ঠানত বলীউডৰ তাৰকা শ্বাহৰুখ, ছলমান আৰু আমিৰ খানক মঞ্চত একেলগে নাচি থকা দেখা গৈছিল।

এইবাৰ আন এক প্ৰাক বিবাহ অনুষ্ঠান আয়োজন কৰিবলৈ ওলাইছে আম্বানীৰ পৰিয়ালে। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠান ইটালী আৰু ফ্ৰান্সত অনুষ্ঠিত হ’ব।

এই অনুষ্ঠানৰ আয়োজন কৰা হ’ব এখন প্ৰমোদ জাহাজত। ২৯ মে’ৰ পৰা ১ জুনলৈকে চাৰিদিন ধৰি চলিব এই প্ৰি-ৱেডিং অনুষ্ঠান।

ভাৰতীয় কাকত নৱভাৰত টাইমছে প্ৰকাশ কৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় পপ গায়িকা ছাকিৰাই অনন্ত আম্বানীৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠানত শোভা বঢ়াব।

ভাৰতৰ আন এটা সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত অনুষ্ঠানত গান গোৱাৰ বাবে সাধাৰণতে ১০ৰ পৰা ১৫ কোটি টকা মাননি ল’ব ছাকিৰাই।

Recent News

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd