• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০ ঘণ্টা পলমকৈ চলিল এয়াৰ ইণ্ডিয়াৰ বিমান! অত্যন্ত গৰমত বিমানৰ ভিতৰত অচেতন কেইবাজনো যাত্ৰী

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
May 31, 2024 4:44 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে এয়াৰ ইণ্ডিয়া৷ঘণ্টাৰ পাছত ঘণ্টা এখন বিমানৰ ভিতৰত বহি থকাৰ বাবে অত্যধিক গৰমৰ বাবে অসুস্থ হৈ পৰে যাত্ৰী। আনকি কিছুমান যাত্ৰী অজ্ঞানো হৈ পৰে। এই ঘটনাত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছে। বিমান পলম হোৱাৰ সঠিক কাৰণ আৰু যাত্ৰীসকলৰ বাবে কিয় পৰ্যাপ্ত ব্যৱস্থা কৰা নহ’ল সেই বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছে।

এয়াৰ ইণ্ডিয়াৰ বিমান AI 183 বৃহস্পতিবাৰে বিয়লি দিল্লীৰ পৰা ছান ফ্ৰান্সিস্কোলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু কিবা কাৰণত বিমানখন পলম হোৱাত যাত্ৰীসকলক ভিতৰত বহিবলৈ নিৰ্দেশ দিয়া হয়। কিন্তু আঠ ঘণ্টাৰ পাছতো বিমানখন উৰণ নকৰিলে, ইয়াৰ বিপৰীতে বিমানখনৰ ভিতৰত থকা এয়াৰ কণ্ডিচনাৰ ব্যৱস্থাটো কাম নকৰাৰ বাবে বহু যাত্ৰী অসুস্থ হৈ পৰে। আনকি কিছুমানে অজ্ঞান হৈ পৰে৷ যাত্ৰীসকলৰ অভিযোগ, সমস্যাৰ কথা কোৱাত বিমান কৰ্তৃপক্ষই সকলোকে নামিবলৈ কয়।

এই ঘটনাৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। দেখা গৈছে যে বিমানবন্দৰৰ ভিতৰত মাটিত বহু যাত্ৰী বহি আছে। কিছুমান শুই আছে। তেওঁলোকৰ শাৰিৰীক অৱস্থা কি হ’ল সেয়া স্পষ্ট হৈ পৰিছে। ছ’চিয়েল মিডিয়াত কেইবাজনো যাত্ৰীয়ে সমগ্ৰ বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ পাছতে বিমান সংস্থাটোৱে এক্স-হেণ্ডেলত ক্ষমা-মাৰ্জনা বিচাৰে। 

Apply Now

বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰে পুৱালৈ প্ৰায় ২০ ঘণ্টা ধৰি আবদ্ধ হৈ আছিল বিমানখন। অৱশেষত নিশা ১১ বজাৰ পাছত গন্তব্যস্থানলৈ ৰাওনা হ’ল। এনে গৰমত দিল্লীৰ জনসাধাৰণৰ অৱস্থা বেয়া। প্ৰায়বোৰ ঠাইতে গড় উষ্ণতা ৪৫ ডিগ্ৰীৰ ওপৰত। কোনো কোনো ঠাইত ৫০ ডিগ্ৰী অতিক্ৰম কৰাৰ খবৰ পোৱা গৈছে। নাগৰাত গৰমৰ ঢৌ। ইয়াৰ ভিতৰত এয়াৰ ইণ্ডিয়া বিমানখনৰ যাত্ৰীসকলে বিমানখনত কোনো এচি নোহোৱাকৈ ঘণ্টাৰ পাছত ঘণ্টা সময় কটোৱাৰ পাছত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰে।

অত্যধিক গৰমৰ বাবে দিল্লীত পুনৰ আৰম্ভ হৈছে পানীৰ সংকট। এই সমস্যা সমাধানৰ বাবে আম আদমি পাৰ্টি চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। আন আন চুবুৰীয়া ৰাজ্যসমূহে উচ্চতম ন্যায়ালয়ক দিল্লীলৈ অধিক পানী এৰি দিবলৈ অনুৰোধ জনাইছে।

দিল্লীৰ ইউ পি চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন, গৰমৰ ঢৌৰ পৰিস্থিতিৰ বাবে মহানগৰীত পানীৰ চাহিদা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যদি উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ৰাজস্থানৰ দৰে ৰাজ্যই আগন্তুক এমাহৰ বাবে অতিৰিক্ত পৰিমাণৰ পানী এৰি দিয়ে, তেন্তে সেয়া লাভজনক।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd