• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘দলত যিমানেই তাৰকা নাথাকক কিয়…’ ভাৰতৰ বিশ্বকাপৰ পৰিকল্পনাক লৈ সকীয়ালে কিংবদন্তি লাৰাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2024 12:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমানৰ পিছতে আৰম্ভ হ’ব টী-২০ বিশ্বকাপ ২০২৪। বহু বছৰ ধৰি টীম ইণ্ডিয়াৰ বাবে দূৰত আছে আই চি চি ট্ৰফী। ৰোহিত শৰ্মাৰ নেতৃত্বত পুনৰ বিশ্বজয়ৰ সপোন দেখিছে দেশবাসীয়ে। কিন্তু টী-২০ বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূর্বে ভাৰতৰ থিংক টেংকক সকীয়াই দিছে কিংবদন্তি ব্রায়ান লাৰাই৷

ভাৰতৰ ক্ৰিকেট দলটো কাগজে-কলমে যথেষ্ট শক্তিশালী। বেটিঙত যিদৰে ৰোহিত আৰু বিৰাট আছে, সেইদৰে বলিং বিভাগ চম্ভালিব যশপ্ৰীত বুমৰাহে। টী-২০ ক্ৰিকেটৰ এক নম্বৰ বেটছমেন সূৰ্যকুমাৰ যাদৱে চম্ভালিব মিডল অৰ্ডাৰ। কুলদীপ যাদৱ-যজুবেন্দ্ৰ চাহালৰ স্পিন যুটিয়ে প্ৰতিপক্ষৰ পৰীক্ষা লব। মুঠতে তাৰকাৰে ভৰা দল এটা লৈয়ে খেলপথাৰত নামিছে ‘মেন ইন ব্লু’।

সেইটোক লৈয়ে চিন্তিত প্ৰাক্তন কেৰিবিয়ানৰ তাৰকা ব্রায়ান লাৰা। তেওঁ কয়, ‘ভাৰতৰ মূল সমস্যা হৈছে পৰিকল্পনাৰ অভাৱ। এদিনীয়া বিশ্বকাপেই হওক বা টী-২০য়ে হওক, অন্ততঃ বাহিৰৰ পৰা মই সেইটোৱেই অনুভৱ কৰিছো। শেষ মুহূৰ্তত কি কৰিব লাগে সেয়া বুজি উঠিব নোৱাৰে। দলত যিমানেই তাৰকা নাথাকক কিয়, তাত একো সলনি নহ’ব। বিশ্বকাপ জয় কৰিবলৈ দলসমূহে নিজৰ আক্ৰমণৰ পৰিকল্পনা ভালদৰে কৰিব লাগিব।’

কিন্তু কেৰিবিয়ান কিংবদন্তিৰ ৰাহুল দ্ৰাবিড়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে ভাৰতীয় ক্ৰিকেট প্ৰশিক্ষকগৰাকীয়ে আঁতৰি যাব। তেওঁৰ বিষয়ে লাৰাই কয়, “আশাকৰোঁ দ্ৰাবিড়ে পৰিকল্পনা অনুসৰি আগবাঢ়িব পাৰিব। বিশ্বকাপ জয় কৰিবলৈ সকলোৱে একত্ৰিত হোৱাটো প্ৰয়োজন।”

দ্ৰাবিড় বাহিনীয়ে সঠিক পথত খোজ দিব পাৰিবনে? সেইটো বুজিব পৰা যাব যেতিয়া বিশ্বকাপৰ খেল আৰম্ভ হ’ব। ভাৰতৰ প্ৰথমখন খেল ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আছে। ৯ জুনত তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ সৈতে আছে খেল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd