• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শাম কটা নাই অসমত বানৰ সংহাৰ; মৃতকৰ সংখ্যা ১৫লৈ বৃদ্ধি,বিপদ ৰেখাৰ ওপৰেৰে বৈছে তিনি নৈৰ পানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2024 8:49 am
3.6k
VIEWS
Share on FacebookShare on Twitter

ৰেমালৰ পাছৰ বৰষুণৰ ফলত অসমত সৃষ্টি হোৱা বানপৰিস্থিতি আজিও ক্ষান্ত হোৱা নাই। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। শনিবাৰেও ৰাজ্যত আৰু তিনিজন লোকৰ মৃত্যু হয়।

গাঁৱৰ পাছত গাঁও বানে উটুৱাই লৈ গৈছে অসমত। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। শনিবাৰে মানুহৰ উপৰিও ৮৯টা জীৱ-জন্তুও উদ্ধাৰ কৰা হয়। কিন্তু অসমৰ তিনিখন গুৰুত্বপূৰ্ণ নদীৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। তাত পানীৰ ধাৰ নকমিলে বান পৰিস্থিতিৰ উন্নতি হোৱাৰ সম্ভাৱনা নাই।

শুকুৰবাৰলৈকে বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা আছিল ৩ লাখ ৫০ হাজাৰ। শনিবাৰে ছয় লাখৰ সীমা অতিক্ৰম কৰিলে। নগাঁও জিলাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কেৱল তাতেই বানপীড়িত লোকৰ সংখ্যা ডেৰ-দুই লাখৰো অধিক। SDRFৰ পৰিসংখ্যা অনুসৰি ৰাজ্যৰ কমেও ১০খন জিলা এতিয়াও বানত ক্ষতিগ্ৰস্ত।

বৰাক অসমৰ অন্যতম গুৰুত্বপূৰ্ণ নদী। যোৱা বৃহস্পতিবাৰৰ পৰা বিপদসীমাৰ ওপৰেৰে বৈ আহিছে নদীখন। ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰৰ উপনৈ কপিলী, বৰাকৰ উপনৈ কুশিয়াৰাৰ পানীও বিপদ স্তৰৰ ওপৰত।বহু বাট-পথ, দলং আৰু ঘৰ-দুৱাৰ জাহ গৈছে। বিঘাৰ পাছত বিঘা খেতিৰ মাটিও বানৰ ফলত ক্ষতিগ্ৰস্ত হয়।

শনিবাৰে অসমত বানপানীৰ ফলত মৃত্যু হোৱা তিনিজন নতুন লোক কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বাসিন্দা। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দুৰ্যোগ প্ৰশমন বাহিনীৰ সদস্যসকলে দিনে নিশাই উদ্ধাৰ অভিযান চলাই আছে। বহু ঠাইৰ লগত যোগাযোগ হেৰাই গৈছে। ৰেলৰ চলাচলো যথেষ্ট প্ৰভাৱান্বিত হৈছে।

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষী আৰু জিলা প্ৰশাসনে গাইডলাইন জাৰি কৰাৰ লগতে কেইবাটাও বাধা আৰোপ কৰিছে। নিশা স্থানীয় লোকৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

উল্লেখ্য যে, যোৱা মঙলবাৰৰ পৰা অসমত ৰেমালৰ প্ৰভাৱত বৰষুণ আৰম্ভ হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণ হয়। সেইবাবেই সৃষ্টি হৈছে বান পৰিস্থিতি। ইতিমধ্যে উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰিছে মৌচুমী।

Recent News

ভাৰত আৰু কানাডা সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াস! নতুন উচ্চায়ুক্ত নিযুক্তিৰ সিদ্ধান্ত কানাডাৰ

ভাৰত আৰু কানাডা সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াস! নতুন উচ্চায়ুক্ত নিযুক্তিৰ সিদ্ধান্ত কানাডাৰ

লোমহৰ্ষক! ৮০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ ২৩ বছৰীয়া যুৱকৰ

লোমহৰ্ষক! ৮০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ ২৩ বছৰীয়া যুৱকৰ

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

SIPRI ৰ শেহতীয়া প্ৰতিবেদনঃ পাৰমাণৱিক শক্তিৰ দিশত পাকিস্তানতকৈ শক্তিশালী ভাৰত

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd