• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোকাবহ…বনৰীয়া কাঠফুলাৰ বিষক্ৰিয়াত প্ৰাণ গ’ল তিনি শিশুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2024 11:19 am
929
VIEWS
Share on FacebookShare on Twitter

যোৱা ১ জুনত মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ লাস্কেইন চি এণ্ড আৰ ডি ব্লকত অৱস্থিত ছাফাই গাঁৱত বিষাক্ত বন্য কাঠফুলা সেৱন কৰি তিনিটা নাবালক শিশুৱে কৰুণভাৱে প্ৰাণ হেৰুৱাই।

পশ্চিম জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক চেম্ফাং চিৰ্টিৰ মতে, বিষাক্ত কাঠফুলা সেৱনৰ ফলত গাঁওখনৰ তিনিটা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। তৎক্ষণাত তেওঁলোকক তাৎক্ষণিক চিকিৎসাৰ বাবে জোৱাইৰ মথ কমিউনিটি হেল্থ (এমচিএইচ) চিকিৎসালয়লৈ লৈ যোৱা হয়।

খবৰ অনুসৰি বিষক্ৰিয়াত মৃত্যু হোৱা নাবালকসকল আটাইকেইজনেই একেটা পৰিয়ালৰ। তেওঁলোকৰ মাতৃ জুমনলাং চুচিয়াং (৪৩) আৰু এজন ১০ মহীয়া পুত্ৰৰ অৱস্থা বৰ্তমান সংকটজনক।

জোৱাইৰ এম চি এইচ হাস্পতালত চিকিৎসাধীন হৈ আছে আন এটা আক্ৰান্ত পৰিয়ালৰ সদস্য ৰিবাইতকী ছাদাপ, শন্মী ছাদাপ, আৰু সাহ ছাদাপ।অভাৰ ছুটংগা, আন্না ছুচিয়াং, আৰু নিৱানশ্ব কানাইকে ধৰি তৃতীয়টো আক্ৰান্ত পৰিয়ালকো এমচিএইচ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

স্থানীয় কৰ্তৃপক্ষই এই কাণ্ডৰ তদন্ত চলাই আছে আৰু বন্য কাঠফুলা সংগ্ৰহ কৰাৰ সময়ত বাসিন্দাসকলক অতি সাৱধান হ’বলৈ আহ্বান জনাইছে, কিয়নো কিছুমান বিশেষ জাত অতি বিষাক্ত হ’ব পাৰে আৰু ইয়াৰ ফলত মৃত্যুকে ধৰি স্বাস্থ্যজনিত বিপদ হ’ব পাৰে।

Recent News

হঠাতে ৰক্তচাপ বাঢ়ি গৈছে, হাতৰ কাষত ঔষধো নাই; বিপদৰ পৰা হাত সাৰিবলৈ কি কৰিব?

হঠাতে ৰক্তচাপ বাঢ়ি গৈছে, হাতৰ কাষত ঔষধো নাই; বিপদৰ পৰা হাত সাৰিবলৈ কি কৰিব?

ফল-মূল খোৱাৰ পিছত কিয় পানী খাব নালাগে? কি কয় বিশেষজ্ঞই…

ফল-মূল খোৱাৰ পিছত কিয় পানী খাব নালাগে? কি কয় বিশেষজ্ঞই…

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd