• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিঅ’ৰ শোচনীয় নেটৱৰ্কে জ্বলা-কলা খুৱাইছে বজালীবাসীক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 19, 2018 7:41 am
jio connection
221
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ অন্তৰ্গত বজালী এলেকাৰ ৰাইজ ব্যক্তিগত খণ্ডৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মালিকানাধীন ৪জি মোবাইল সেৱা অপাৰেটৰ জিঅ’ৰ অত্যন্ত শোচনীয় নেটৱৰ্কৰ বাবে চূড়ান্ত অসুবিধাৰ সন্মুখীন হৈছে।

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি মোবাইল কোম্পানীটোৰ সঘন কলড্ৰপ, দুৰ্বল নেটৱৰ্ক, মন্থৰ ইণ্টাৰনেটে উপভোক্তাক জ্বলাকলা খুৱাই আহিছে।

নিশাৰ ভাগত জিঅ’ৰ নেটৱৰ্ক ৫ৰ পৰা ২০ কিলোবিট/ছেকেণ্ড পৰ্যন্ত অৱনমিত হয়। পাঠশালাৰ কেতবোৰ এলেকা যেনে তিতকা আদিত নেটৱৰ্ক একেবাৰে উপলব্ধ নহয়।

এই এলেকাসমূহত থকা মোবাইল ফোনসমূহৰ নেটৱৰ্ক দৃশ্যমান নহয় আৰু গ্ৰাহকে ফোন কৰিব নোৱাৰে।

পুৰণা মোবাইল টাৱাৰসমূহ মেৰামতি কৰি আধুনিক জনজীৱনৰ অবিশ্চেদ্য অংশ হৈ পৰা মোবাইল সংযোগ সুচল কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছে।

গ্ৰাহকসকলৰ অভিযোগ এই যে তেওঁলোকে অধিক মূল্যৰ ৰিচাৰ্জ, নেট পেক ক্ৰয় কৰে যদিও সঠিক ৪জি নেটৱৰ্কৰ অভাৱত ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰে।

এতিয়া মানুহৰ জীৱন ডিজিটেল জীৱনৰে সংপৃক্ত হৈ পৰিছে আনকি ইণ্টাৰনেটৰ অবিহনে কিছুমান দোকানত টকাৰ আদান প্ৰদানো কৰিব নোৱাৰি।

 

Recent News

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd