• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোডীৰ বিৰুদ্ধে আছে ঢৌ, এক্সিট প’ল ভুৱা!’ দাবী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী প্ৰভাকৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2024 2:20 pm
প্ৰখ্যাত অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰ। ফটোঃ সংগ্ৰহীত।

প্ৰখ্যাত অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ঢৌৱে কাম কৰিছে। এই সকলোবোৰ এক্সিট প’ল ভুৱা।” এই মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী পৰকলা প্ৰভাকৰৰ।

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কৃষি মন্ত্ৰী বদ্দে শোভনাদ্ৰেশ্বৰ ৰাওৰ ‘অবিনিতি চক্ৰৱৰ্তী নৰেন্দ্ৰ মোদী’ নামৰ গ্ৰন্থখনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল পৰকলা প্ৰভাকৰ। তাতেই প্ৰখ্যাত অৰ্থনীতিবিদ প্ৰভাকৰে এক্সিট প’লৰ ফলাফল সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হৈছিল। এক্সিট প’লক লৈ তেওঁ সন্দেহ প্ৰকাশ কৰে।

পৰকলা প্ৰভাকৰৰ ভাষাত, ‘এই এক্সিট প’লবোৰ ভুৱা। নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে এক তীব্ৰ ঢৌ চলি আছে। শাসক বিৰোধী বতাহ প্ৰবল।’ ফলত নিৰ্মলা সীতাৰমণৰ স্বামীয়ে এক্সিট প’লৰ সমীক্ষাত এন ডি এক সংখ্যাগৰিষ্ঠ দল হিচাপে দেখুওৱাটোমানি ল’বলৈ অস্বীকাৰ কৰে।

Apply Now

লগতে পঢ়কঃ নিৰ্বাচন শেষ, আৰম্ভ মূল্যবৃদ্ধিৰ খেল! মাজনিশাৰ পৰাই ৫ শতাংশ টোল টেক্স বৃদ্ধি NHAIৰ

এক্সিট প’লৰ সমীক্ষাৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে খাৰিজ কৰিছে ইণ্ডিয়া মিত্ৰজোঁটে। মন কৰিবলগীয়া যে এক্সিট প’লৰ সমীক্ষাৰ ফলাফল কেতিয়াও সম্পূৰ্ণ সঁচা নহয়। বেছিভাগ সময়তে এক্সিট প’লৰ সমীক্ষাৰ ফলাফল প্ৰকৃত ফলাফলৰ সৈতে মিল নাথাকে। ইয়াৰ আগতেও এক্সিট প’লৰ সমীক্ষাৰ ফলাফলৰ সৈতে চূড়ান্ত ফলাফলত সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছিল।

সমীক্ষাকাৰী সংস্থাসমূহেও কয় যে বুথফেৰাট সমীক্ষাৰ এই ফলাফলসমূহে ভোটাৰৰ আৱেগৰ আভাসহে দিছে। বাস্তৱৰ লগত মিল নাথাকিবও পাৰে। ৰাহুল গান্ধীৰ পৰা অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱৰ পৰা ৰেৱন্ত ৰেড্ডী, মমতা বেনাৰ্জীলৈকে এই এক্সিট প’লবোৰৰ দাবী উৰুৱাই দিছে।

এই সন্দৰ্ভত ছোনিয়া গান্ধীয়ে কয় – ‘মাত্ৰ অপেক্ষা কৰক। আমি সম্পূৰ্ণ আশাবাদী। যিটো সমীক্ষাত দেখুওৱা হৈছে বাস্তৱত ইয়াৰ হুবহু বিপৰীত হ’ব। লোকসভাৰ নিৰ্বাচনৰ ফলাফলত বুথফেৰাট সমীক্ষাত দেখুওৱাৰ হুবহু বিপৰীত দেখা যাব। এই বিষয়ে বিৰোধী একেবাৰে নিশ্চিত।’

লগতে পঢ়কঃ বিস্মিত ব্যতিক্ৰম! একমাত্ৰ এক্সিট প’ল যত কোৱা হৈছে বিজেপি আৰু এনডিএই নাপায় সংখ্যাগৰিষ্ঠতা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ‘এয়া কোনো এক্সিট প’ল নহয়। এয়া মোডী মিডিয়া প’ল। ফেণ্টাচি প’ল।’ তেনে ক্ষেত্ৰত তেওঁৰ মতে ইণ্ডিয়া মিত্ৰজোঁটে কিমান আসন পাব পাৰে? ৰাহুলৰ উত্তৰ, ‘সিদ্ধু মুছেৱালাৰ এটা গান আছে শুনিছে, ২৯৫? আমি ২৯৫খন আসন পাম।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd