• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন শেষ, আৰম্ভ মূল্যবৃদ্ধিৰ খেল! মাজনিশাৰ পৰাই ৫ শতাংশ টোল টেক্স বৃদ্ধি NHAIৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2024 9:49 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই মুহূৰ্তত কেৱল এক্সিট প’লহে ওলাইছে। ৪ জুনত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল আৰু তাৰ পিছত কোন দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিব আৰু কোনে প্ৰধানমন্ত্ৰীৰ চকীত বহিব সেয়া সিদ্ধান্ত লোৱা হ’ব। তাৰ মাজতে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) এটা ডাঙৰ সিদ্ধান্ত লৈছে।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সমগ্ৰ দেশতে গড়ে পাঁচ শতাংশ টোলৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘাইপথত চলাচল কৰা বাহনৰ চালকসকলে এতিয়া সোমবাৰৰ পৰা অধিক ভাড়া দিব লাগিব। অৰ্থাৎ দেওবাৰৰ নিশাৰ পৰাই বৃদ্ধি পাইছে টোল টেক্স।

লগতে পঢ়কঃ বিস্মিত ব্যতিক্ৰম! একমাত্ৰ এক্সিট প’ল যত কোৱা হৈছে বিজেপি আৰু এনডিএই নাপায় সংখ্যাগৰিষ্ঠতা

Apply Now

সোমবাৰে মাজনিশা ১২ বজাৰ পৰা দুমাহ ধৰি আদায় কৰিবলৈ বাকী থকা বৰ্ধিত টোল হাৰ কাৰ্যকৰী কৰিব এনএইচএআইয়ে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই বৃদ্ধি দেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ আচৰণ বিধিৰ বাবে পিছুৱাই দিয়া হয়। এই বাৰ্ষিক সংশোধন গড়ে পাঁচ শতাংশৰ ভিতৰত হ’ব পাৰে।

দেওবাৰে এন এইচ এ আইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ২০২৪ চনৰ ৩ জুনৰ পৰা নতুন ব্যৱহাৰকাৰীৰ বাবে এই মাচুল প্ৰযোজ্য হ’ব। টোল টেক্সৰ এই পৰিৱৰ্তন পাইকাৰী মূল্য সূচকাংক (চিপিআই) ভিত্তিক মুদ্ৰাস্ফীতিৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি হাৰ সংশোধনৰ বাৰ্ষিক প্ৰক্ৰিয়াৰ অংশ। ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কত প্ৰায় ৮৫৫ টা ব্যৱহাৰকাৰী মাচুল প্লাজা আছে, য’ত গ্ৰাহকৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ মাচুল (নিৰ্ধাৰণ আৰু সংগ্ৰহ) নিয়ম, ২০০৮ অনুসৰি লোৱা হয়।

লগতে পঢ়কঃ আজি আকাশত একে শাৰীতে অৱস্থান কৰিব ছটা গ্ৰহ! ক’ৰ পৰা দেখা যাব এই বিৰল মহাজাগতিক দৃশ্য?

বাতৰি মতে, টোল টেক্স সোমবাৰৰ পৰা ৫% বৃদ্ধি পাব। এই সংশোধনীৰ পাছত চাৰিচকীয়া বা লঘু বাহনে ৪৫ টকাৰ পৰা ১৬০ টকাৰ ভিতৰত টোল দিব লাগিব, আৰু গধুৰ বাহনে যাত্ৰা কৰা দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি ৪০ টকাৰ পৰা ২৫০ টকাৰ ভিতৰত টোল দিব লাগিব। সম্প্ৰতি ঘাইপথ কৰ্তৃপক্ষই ১৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছৱেত প্ৰতি কিলোমিটাৰত ২.১৯ টকা টোল লয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd