• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট গণনাৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2024 2:57 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটগণনাৰ সময়ত শাসকীয় পক্ষই ৰাষ্ট্ৰযন্ত্ৰক ব্যৱহাৰ কৰি যাতে কোনো উপায় অৱলম্বন কৰি প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে অসম নাগৰিক সমাজে। এক বিবৃতিযোগে এই আহ্বান জনাইছে অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে। বিবৃতিটোৰ পূৰ্ণ পাঠ আগবঢ়োৱা হ’ল-

আশংকা কৰা ধৰণেই, এক্সিট প’লত, মুখ্যধাৰাৰ সংবাদ মাধ্যমে ভাৰতীয় জনতা পাৰ্টিক অনায়াসে, চৰকাৰ গঠন কৰাৰ জোখাৰে আসন গোটাই দিছে। এইখিনিতে আমি কেইটামান কথা মনত পেলোৱা উচিত। আমি লক্ষ্য কৰিছোঁ নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভণিৰে পৰা শাসকীয় দলটোৱে বিভিন্ন ধৰণে চেষ্টা কৰি আহিছে। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ নামানি চৰকাৰে নিজৰ সংখ্যাগৰিষ্ঠতাৰে পছন্দৰ নিৰ্বাচন আয়ুক্ত নিযুক্তি দিছিল।

তাৰপিছত ভাৰতীয় জনতা পাৰ্টিৰ সুবিধা হোৱাকৈ নিৰ্বাচন আয়োগে সাতটা পৰ্যায়ত নিৰ্বাচনী সূচী প্ৰস্তুত কৰিছিল। তাৰ মাজতে বিৰোধী ঐক্য বিনষ্ট কৰিবলৈ চৰকাৰৰ কিমান কি ষড়যন্ত্ৰ? ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা এক্সিট প’ল ঘোষণা কৰালৈ নিৰ্বাচনী প্ৰক্ৰিয়াটো চৰকাৰী পৰিকল্পনা আৰু শ্ৰুতলিপি মতেই হৈ আছে।

Apply Now

যোৱা সময়ছোৱাত চৰকাৰ, ৰাষ্ট্ৰযন্ত্ৰ আৰু মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যমৰ মাজৰ সহযোগিতা আৰু সমন্বয়ৰ কথাটো আমি সুস্পষ্টভাৱে দেখা পাইছোঁ। আনহাতে, ইণ্ডিয়া এলায়েঞ্চৰ প্ৰতি সমৰ্থন জনোৱাৰ যোগেদি যোৱা সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণে কেনেকৈ ক্ষোভ প্ৰকাশ কৰিছে সেইটোও আমি লক্ষ্য কৰিছোঁ। বিৰোধীৰ হৈ জনসাধাৰণেই যেন এইবাৰ নিৰ্বাচনত নামিছে।

আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে এক্সিট প’লৰ দ্বাৰা নহয় চাৰি জুনৰ ভোট গণনাৰ পিছতহে আমি নিৰ্বাচনৰ প্ৰকৃত ফলাফল জানিব পাৰিম। এই মুহূৰ্তত জনসাধাৰণ, নাগৰিক সমাজ আৰু বিৰোধী ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থক সকললৈ আমাৰ এটাই আহ্বান – আমি সকলো এতিয়াৰে পৰা ভোট গণনা সম্পূৰ্ণ নোহোৱালৈকে অতন্দ্ৰ প্ৰহৰীৰ দৰে সতৰ্কহৈ থাকিব লাগিব যাতে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰযন্ত্ৰক হাত কৰি কোনো অসৎ উপায় অৱলম্বন কৰি ভোট গণনাত হেৰাফেৰি কৰিব নোৱাৰে।

ভোট গণনাৰ লগত জড়িত নিৰ্বাচন আয়োগৰ কৰ্মচাৰী সকলকো কোনো ভয়-ভাবুকিৰ বশৱৰ্তী নহৈ নিৰপেক্ষভাৱে নিজৰ কৰ্তব্য পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আহক, নিৰ্বাচনৰ ফলাফল ব্যতিৰেকে গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্য ৰক্ষাৰ হকে আমি সকলো ঐক্যবদ্ধ হওঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd