• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একেখন বিমানতে দিল্লীলৈ উৰা মাৰিলে নীতিশ-তেজস্বীয়ে : চৰকাৰ গঠনৰ কুজকাৱাজ বিৰোধী ঐক্যৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 5, 2024 4:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ঘোষণা কৰা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। ২০১৪ আৰু ২০১৯ চনৰ দৰে সংসদৰ নিম্ন সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দল বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে। কিন্তু মিত্ৰজোঁট হিচাপে চৰকাৰ গঠন কৰিব পৰাকৈ সাংসদ আছে বিজেপি মিত্ৰোজোঁটৰ।

এনে পৰিস্থিতিত বুধবাৰে বিজেপি মিত্ৰজোঁট আৰু বিৰোধী ঐক্য ইণ্ডিয়াই দিল্লীত পৃথক পৃথক বৈঠকত মিলিত হয়। এই বৈঠকক লৈ ইতিমধ্যে দেশৰ ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

Apply Now

বুধবাৰে একেখন বিমানতে দিল্লীলৈ ৰাওনা হ’ল আৰজেডি নেতা তেজস্বী যাদৱ আৰু জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ। আনকি বিমানত তেওঁলোকৰ আসনো একেলগে আছে। অৱশ্যে দুখন পৃথক বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈ আছে নেতা দুগৰাকী।

বিজেপি মিত্ৰজোঁটৰ বৈঠকৰ বাবে দিল্লীলৈ গৈছে নীতিশ কুমাৰ। আনহাতে বিৰোধী ঐক্য ইণ্ডিয়াৰ বৈঠকত বহিব তেজস্বী। অৱশ্যে বিহাৰৰ পৰা একেখন বিমানতে দুয়ো দিল্লী অভিমুখে ৰাওনা হয়।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে মুঠ ২৯২ খন আসন লাভ কৰিছে। তাৰ ভিতৰত বিজেপিয়ে অকলে লাভ কৰিছে ২৪০খন আসন। আনহাতে বিৰোধী ঐক্য ইণ্ডিয়াই ২৩৩খন আসন লাভ কৰিছে। সেই হিচাপত কোৱা হৈছে যে সকলো ঠিকে থাকিলে কেন্দ্ৰত বিজেপি মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব।

মন কৰিবলগীয়া যে নীতিশ কুমাৰৰ ৰাজনৈতিক ইতিহাসত তেওঁ বহুবাৰ মিত্ৰতা সলনি কৰাৰ নজীৰ আছে। জানুৱাৰী মাহত তেওঁ মিত্ৰজোঁট ‘ইণ্ডিয়া’ ত্যাগ কৰি বিজেপি মিত্ৰজোঁটত যোগদান কৰিছিল। তেতিয়াৰ পৰাই তেওঁ বিজেপিৰ লগত আছে। আনহাতে নীতিশৰ ৰাজনৈতিক শত্ৰু তেজস্বী যাদৱ ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্য।

এনে পৰিস্থিতিত একেখন বিমানতে দুয়ো একেলগে দিল্লীলৈ যাত্ৰা কৰা দেখি ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে ৪০খন আসন থকা বিহাৰত বিজেপি মিত্ৰজোঁটে ১২খন আসন লাভ কৰিছে। আনহাতে, তেজস্বী যাদৱৰ আৰজেডিয়ে লাভ কৰিছে ৪খন আসন।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd