• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘তৃতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই ভংগ হ’ব পাৰে মোদী চৰকাৰ’; ৰাহুল গান্ধীৰ পূৰ্বানুমানত অস্বস্তিত বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2024 1:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ এক সাক্ষাৎকাৰে জোকাৰণি তুলিছে দেশৰ ৰাজনীতিত। লগতে কঁপনি তুলিছে শাসকীয় বিজেপিৰ অন্তৰ্ভাগত। উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাহুল গান্ধীয়ে এক সংবাদ পত্ৰত সাক্ষাৎকাৰ দিয়ে। উক্ত সাক্ষাৎকাৰতত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়খন চৰকাৰখন চলি থাকিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লাগিব বুলি ভৱিষ্যদ্বাণী কৰে।

ভাৰতীয় ৰাজনৈতিক পৰিবেশত ৰাজনৈতিক কৌশলৰ পৰিৱৰ্তন হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব বুলি দাবী কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে।

২০১৪ চনত মোদীয়ে ক্ষমতা দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। ফাইনেন্সিয়েল টাইমছক দিয়া প্ৰথম সাক্ষাৎকাৰত গান্ধীয়ে কয়, ‘ভাৰতীয় ৰাজনীতিত পৰিৱৰ্তন ঘটিছে।

Apply Now

যোৱা সপ্তাহত মোদীয়ে শপত গ্ৰহণ কৰি জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। কিন্তু ভাৰতীয় ৰাজনৈতিক বিশ্লেষকসকলে তেওঁৰ মিত্ৰজোঁটৰ স্থিতিশীলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আনকি মোদীৰ তৃতীয়খন চৰকাৰ যোৱা এটা দশকৰ ভিতৰত আটাইতকৈ দুৰ্বল চৰকাৰ হ’ব বুলিও কোৱা হৈছে। কাৰণ বিজেপিয়ে ক্ষমতাত তিষ্ঠি থাকিবলৈ সৰু সৰু মিত্ৰ দলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য য়ে, নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী INDIA মিত্ৰজোঁটে পূৰ্বানুমানতকৈ বহু ভাল প্ৰদৰ্শন কৰে। ৰাহুল গান্ধীয়ে দাবী কৰে যে মোদীৰ শিবিৰৰ ভিতৰত বৃহৎ অসন্তুষ্টিৰ সৃষ্টি হৈছে আৰু তেওঁৰ শিবিৰত আমাৰ সৈতে যোগাযোগত থকা লোক আছে।

বিজেপিয়ে নিৰ্বাচনী প্রচাৰত ঘৃণাৰ বীজ সিঁচি দিছিল আৰু তাক লৈ বিজেপিৰ সহযোগী দলসমূহে সন্তুষ্ট নহয়৷ দেশৰ জনতাৰ দৰেই অনেক ৰাজনৈতিক দলেই বিভেদ আৰু ঘৃণাৰ ৰাজনীতি পচন্দ নকৰে। দেশৰ জনতায়ো বিজেপিৰ বিভেদকামী আৰু ঘৃণাৰ ৰাজনীতি প্রত্যাখ্যান কৰিছে। সেয়া নিৰ্বাচনী ফলাফলতে প্রকট হৈছে বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে। সেয়ে বিজেপিৰ মিত্ৰ দলসমূহক লগত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰ বৰ্তাই ৰখাটো কঠিন হ’ব বুলি ভৱিষ্যদ্ববাণী কৰিছে ৰাহুল গান্ধীয়ে।অৱশ্যে ৰাহুল গান্ধীৰ এই ভৱিষ্যদ্ববাণী কিমান শুদ্ধ হয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd