• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কোৰানক অপমান! একাংশ পাকিস্তানী উন্মত্ত জনতাই হত্যা কৰিলে অভিযুক্তক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 3:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ স্বাট জিলাত পবিত্ৰ কোৰআনক অপবিত্ৰ কৰাৰ অভিযোগত ক্ষুব্ধ জনসমাগমৰ দ্বাৰা এজন লোকক হত্যা কৰা হয়৷

পঞ্জাৱৰ ছিয়ালকোট জিলাৰ লোকজনে বৃহস্পতিবাৰে নিশা শ্বাটৰ মাদয়ান তহচিলত পবিত্ৰ কোৰআনৰ কিছু পৃষ্ঠা জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰে জিলা আৰক্ষী বিষয়া (ডি পি অ’) স্বাত, জাহিদুল্লাই।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত মদয়ান আৰক্ষী থানালৈ অনা হয়। থানাৰ বাহিৰত গোট খাই থকা লোকে তেওঁক গতাই দিবলৈ দাবী জনায়। আৰক্ষীয়ে অস্বীকাৰ কৰাৰ পাছত ৰাইজে গুলীচালনা কৰে আৰু আৰক্ষীয়ে প্ৰতি গুলীচালনা কৰে। গুলী লগাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ পাছত তেওঁক মদয়ান হাস্পতাললৈ বদলি কৰা হয় বুলি ডিপিঅ’ই জানিবলৈ দিয়ে।

Apply Now

ইয়াৰ পাছতে জনসাধাৰণে থানাত জুই লগাই দিয়ে। পিছত একাংশ লোকে থানাত প্ৰৱেশ কৰি গুলীচালনা কৰি মৃতদেহ টানি মাদয়ান আড্ডালৈ লৈ যায় আৰু তাতেই ওলোমাই থৈ যায় বুলি জানিবলৈ দিয়ে।

ঘটনাৰ ফলত উদ্ভৱ হোৱা অশান্তিৰ ফলত আহত হয় ৮ জন লোক। মদয়ানত গধুৰ আৰক্ষী নিয়োগ কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

June 29, 2026 3:34 pm
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

June 29, 2026 3:34 pm
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd