• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডুমডুমাৰ ৰূপাইৰ হত্যাকাণ্ডৰ লগত জড়িতৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 2:58 pm
943c28c2-2474-437b-9aa3-c04036ff13dd
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুমডুমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দুজন লোকক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ সৈতে জড়িত ৬জনক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মন্টূ মৰাণ, নিৰন্ত বৰুৱা, ৰমেশ মহন্ত, বিজয় বাৰ্মা, ক্ষীতিশ বৰুৱা নামৰ লোককেইজনৰ লগতে এগৰাকী মহিলাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে এই ঘটনাত জড়িত ৰূপান্তৰ মৰাণ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

যোৱা ১৮ মে’ৰ সন্ধিয়া ডুমডুমা থানাৰ অন্তৰ্গত ৰূপাইৰ আনন্দ আগৰৱালা নামৰ ব্যৱসায়ীগৰাকীৰ প্ৰতিষ্ঠানত ডকাইতৰ দলে প্ৰৱেশ কৰি টকা লুটি নিয়াৰ চেষ্টা চলাইছিল। উক্ত ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীয়ে বাধা প্ৰদান কৰাত ডকাইতৰ দলে গুলীচালনা কৰাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হৈছিল। ডকাইতৰ গুলীত নিহত হৈছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী জিৎ বাৰ্মা আৰু এজন গ্ৰাহক ৰমাকান্ত দেউৰীৰ।

Apply Now

ইয়াৰ পিছতে ডকাইতৰ দলটোৰ সৈতে জড়িত এজন লোকক আটক কৰি যোৱা দুদিন ধৰি চলোৱা জেৰাৰ অন্তত শনিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৬জনকৈ লোকক। তিনিচুকীয়া জিলাৰ ডুমডুমা, ৰূপাই, ধলা, শদিয়া আৰু কাকপথাৰৰ পৰা শনিবাৰে নিশা আৰক্ষীয়ে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে।

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, উপ–আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত ডুমডুমা, ধলা, তালাপ, কাকপথাৰ আৰু শদিয়া আৰক্ষীৰ সহযোগত চলোৱা অভিযানত এগৰাকী মহিলা আৰু এজন শিক্ষকসহ উক্ত লোককেইজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে কাকপথাৰৰ শিক্ষক ৰমেশ মহন্ত, তালাপৰ বিজয় বাৰ্মা, জকাইচুকৰ মণ্টু মৰাণ, শদিয়াৰ নিৰঞ্জণ বৰুৱা, ক্ষিতীশ বৰুৱা আৰু ৰূপাইৰ পৰা দিপালী বৰশইকীয়া নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে কাকপথাৰৰ শিক্ষক ৰমেশ মহন্তই পিষ্টল যোগান ধৰাৰ লগতে তালাপৰ বিজয় বাৰ্মাই ধন দাবী, অপহৰণ কাণ্ডসমূহৰ পৰিকল্পনা কৰিছিল। ধৃত ৰমেশ মহন্ত টঙনা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক বুলি জানিব পৰা গৈছে।

ডুমডুমাৰ এই ঘটনাৰ ২৪ ঘন্টাৰ ভিতৰত আৰক্ষীয়ে সফলতা লাভ কৰাত ৰাইজে তিনিচুকীয়া আৰক্ষীক আদৰণি জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd