• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইচ্ছাকৃতভাবে নিজৰ ওজন হ্ৰাস কৰিছে কেজৰিৱালে : আপক প্ৰত্যুতৰ তিহাৰ কৰ্তৃপক্ষৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 15, 2024 5:33 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনমানৰ পৰা ওজন হ্ৰাস পাইছে কাৰাগাৰত থকা অৰবিন্দ কেজৰিৱালৰ। কেইদিনমানৰ পৰা জেলত ৮.৫ কেজি ওজন কমিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

শেহতীয়াকৈ আপৰ সাংসদ সঞ্জয় সিঙে কেজৰিৱালৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত উদ্বেগ প্ৰকাশ কৰিছে।

Apply Now

সঞ্জয় সিঙে প্ৰকাশ কৰা এই উদ্বিগ্নতা সম্পৰ্কে উত্তৰ দিছে তিহাৰ জেল কৰ্তৃপক্ষই। আপৰ সকলো অভিযোগ অস্বীকাৰ কৰি জেল কৰ্তৃপক্ষই দাবী কৰিছে যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে নিজৰ ওজন কমাইছে।

তিহাৰ কৰ্তৃপক্ষই কয় যে যোৱা ‘১ এপ্ৰিলত যেতিয়া কেজৰিৱাল জেললৈ আহিছিল, তেতিয়া তেওঁৰ ওজন আছিল ৬৫ কিলোগ্ৰাম। ৯ মে’ত জেলৰ পৰা মুক্তি পোৱাৰ সময়ত তেওঁৰ ওজন একেই আছিল। ইয়াৰ পিছত ২ জুনত জেললৈ উভতি অহাৰ সময়ত তেওঁৰ ওজন আছিল ৬৩.৫ কিলোগ্ৰাম। ১৪ জুলাইত তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত দেখা গ’ল যে তেওঁৰ ওজন ২ কিলো কমিছে। অৰ্থাৎ ২ জুনৰ পৰা ১৪ জুলাইৰ ভিতৰত তেওঁৰ ওজন ২ কিলোগ্ৰাম হ্ৰাস পাইছে।’ আৰু এই ওজন হ্ৰাসৰ বাবে কেজৰিৱাল দায়ী বুলি জেল কৰ্তৃপক্ষই জনাইছে।

লগতে জেল কৰ্তৃপক্ষই কয় যে ঘৰৰ পৰাই তেওঁলৈ সকলো খাদ্য পঠিওৱা হৈছিল। কিন্তু বেছিভাগ সময়তে তেওঁ খাদ্য ঘূৰাই দিছিল। আনকি আগতে তেজত চেনীৰ পৰিমাণ বৃদ্ধি হ’ব পৰা খাদ্যও গ্ৰহণ কৰিছিল।

একে সময়তে আদালতৰ নিৰ্দেশ অনুসৰি এইমছ হাস্পতালৰ চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ দায়িত্ব লোৱা বুলিও দাবী কৰে কাৰাগাৰ কৰ্তৃপক্ষই। লগতে তিহাৰ কৰ্তৃপক্ষই দাবী কৰে যে মুখ্যমন্ত্ৰীৰ পত্নীও তেওঁলোকৰ সৈতে সদায় যোগাযোগত থাকে। ফলত তিহাৰ কৰ্তৃপক্ষই দাবী কৰিছে যে আম আদমী পাৰ্টিয়ে যি দাবী উত্থাপন কৰিছে সেয়া শুদ্ধ নহয়। আৰু মুখ্যমন্ত্রীৰ স্বাস্থ্য প্রতিবেদন কেন্দ্রীয় গৃহ মন্ত্র্যালয়তো দাখিল কৰা হৈছে৷

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd