• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয় : নেছ’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 7:44 am
NESO_Oppose

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত নেছ'ৰ প্ৰতিবাদ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বিৰুদ্ধে একত্ৰিতভাৱে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ছাত্ৰ সংগঠনসমূহৰ সন্মিলিত মঞ্চ নেছ’ই।

উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ ওপৰত বিদেশীৰ বোজা জাপি দিব বিচৰা উক্ত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল কঁপাব উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনটোৱে। এই উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ৰাজধানীত সংগঠনটোৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব।

Apply Now

নেছ’ৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ ৰাজভৱনৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা বিক্ষোভ প্ৰদৰ্শন কৰিব। একেদৰে সদৌ অৰণাচল প্ৰদেশ ছাত্ৰ সন্থাই ইটানগৰত, খাছী ছাত্ৰ সন্থা আৰু সদৌ গাৰো ছাত্ৰ সন্থাই শ্বিলঙত, নগা ছাত্ৰ ফেডাৰেশ্যনে কোহিমাত, সদৌ মণিপুৰ ছাত্ৰ সন্থাই ইম্ফলত, মিজো জিৰলাইপলে আইজলত আৰু ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনে আগৰতলাত বিতৰ্কিত বিধয়েকখনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিব।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যত ঐক্যবদ্ধভাৱে প্ৰতিবাদ হোৱাটো এক ইতিবাচক কথা। অসম চুক্তিক উলংঘন কৰা জাতিধ্বংসী বিধেয়ক বিধেয়ক মানি লোৱা নহ’ব। অসমত জলন্ত বিদেশী সমস্যা একমাত্ৰ অসম চুক্তিৰ আধাৰতহে সমাধান হ’ব লাগিব।

আনহাতে, নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰৱা আৰু সম্পাদক প্ৰধান উপেন্দ্ৰ দেব বাৰ্মা আৰু উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্ই স্বাক্ষৰ কৰা এক বিবৃতিত কোৱা হৈছে যে কয় যে উত্তৰ-পূৰ্বাঞ্চল ৰাজনৈতিকভাৱে সাতখন ৰাজ্যত বিভাজিত হ’লেও আমি আৱেগিক, আত্মিকভাৱে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ঐক্যবদ্ধ। উত্তৰ-পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। দিল্লীয়ে জাপি দিয়া জাতিধ্বংসী, খিলঞ্জীয়া বিৰোধী তথা উত্তৰ-পূৰ্বাঞ্চল বিৰোধী বিধেয়ক মানি লোৱা নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd