• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হ্ৰাস পাব মোবাইল ফোনৰ দাম : নতুন বাজেটে কি কি চাপ কমালে ৰাইজৰ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 23, 2024 4:02 pm
18.3k
VIEWS
Share on FacebookShare on Twitter

দাম কমিব মোবাইল ফোনৰ। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত মোবাইল ফোনত আমদানি শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত মোবাইলৰ মূল্য হ্ৰাস পাব।

ইয়াৰ উপৰিও এইবাৰ বাজেটত সোণ, ৰূপ, তাম, প্লেটিনাম, লিথিয়াম বেটাৰী, চামৰাৰ সামগ্ৰী, সাগৰীয় খাদ্যৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ কথা উল্লেখ কৰা হৈছে। অৰ্থাৎ এই সামগ্ৰীসমূহৰ দামো হ্ৰাস পাব।

ইয়াৰ লগতে এইবাৰ বাজেটত জীৱন ৰক্ষাকাৰী তিনিটা কেন্সাৰ ঔষধৰ ওপৰতো শুল্ক ৰেহাই দিয়া হৈছে।

সংসদত ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰি নিৰ্মলা সীতাৰমণে কয়, ‘চৰকাৰে ৩ টা কেন্সাৰ ঔষধক শুল্কৰ পৰা ৰেহাই দিব। মোবাইল ফোন, চাৰ্জাৰ আৰু অন্যান্য মোবাইল আনুষংগিক সামগ্ৰীৰ বেচিক ডিউটিও হ্ৰাস কৰা হ’ব।”

বাজেটত সোণ-ৰূপৰ আমদানি শুল্ক ৬ শতাংশ হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে সোণৰ ওপৰত ১৫ শতাংশ আমদানি শুল্ক আছিল।

বাজেটত ঘোষণা কৰা অনুসৰি, প্লেটিনামৰ আমদানি শুল্ক ৬.৪ শতাংশলৈ হ্ৰাস কৰা হৈছে। যিকোনো তামৰ সামগ্ৰীৰ আমদানি শুল্ক ৪ শতাংশ হ্ৰাস কৰা হৈছে। অৰ্থাৎ এই বাজেটৰ পিছত সোণ-ৰূপৰ দাম বহু পৰিমাণে হ্ৰাস পাব পাৰে বুলি অনুমান কৰিব পাৰি।

আনহাতে, চৰকাৰে এমোনিয়াম নাইট্ৰেটৰ ওপৰত ১০ শতাংশ আৰু জৈৱ-বিঘ্নিত নোহোৱা প্লাষ্টিকত ২৫ শতাংশ শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। টেলিকম সামগ্ৰীৰ ওপৰতো বৃদ্ধি কৰা হৈছে শুল্ক।

বিত্তমন্ত্ৰীয়ে নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে এই বাজেটৰ জৰিয়তে বুদ্ধ গয়া, ৰাজগীৰ আৰু নালন্দাক সজাই তোলা হ’ব।

উল্লেখ্য যে ২০২৪-২৫ বিত্তীয় বৰ্ষত কৃষি খণ্ডলৈ ১.৫২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে।

লগতে, মহিলাসকলে সম্পত্তি ক্ৰয় কৰিলে ৰেহাই পাব ষ্টাম্প শুল্ক।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd