• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰকৃতিৰ লগত যুঁজিবলৈ যোৱাৰ বাবেই এই অৱস্থা ৱায়নাডৰ : দাবী পৰ্যটন সংস্থাৰ মূৰব্বীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 3, 2024 5:21 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাত প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যাই ইতিমধ্যে ৩৫০ জন অতিক্ৰম কৰিছে। লগতে বহু লোক আহত হৈছে। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে – প্ৰকৃতি ধ্বংস কৰি পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে ইখনৰ পিছত সিখন ৰিজৰ্ট নিৰ্মাণৰ বাবেই প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পৰিছে নেকি? লগতে প্ৰশ্ন উত্থাপন হৈছে যে বাৰে বাৰে সকীয়নি লাভ কৰাৰ পিছতো কিয় প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰিব পৰা নাই?

২০২২ চনৰ জুলাই মাহত সংসদত অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ অধিৱেশনৰ সময়ত কেন্দ্ৰই প্ৰদান কৰা পৰিসংখ্যা অনুসৰি ২০১৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতত মুঠ ৩,৭৮২ টা ভূমিস্খলন সংঘটিত হৈছে। ইয়াৰে ৬০ শতাংশ কেৱল কেৰালাত সংঘটিত হৈছে।

Apply Now

ইয়াৰ পূৰ্বে ২০১৮ চনৰ বানত ৱানাডাত ৪০০ লোকৰ মৃত্যু হৈছিল।

বিশেষজ্ঞসকলে কয় যে প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে তেতিয়াই ততালিকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’লে আজিৰ পুনৰ দুনাই একে ঘটনা সংঘটিত নহ’লহেতেঁন।

বিশেষজ্ঞসকলে কয় যে তেওঁলোকে বছৰ বছৰ ধৰি এই দুৰ্যোগ দেখি আহিছে, আৰু বিগত ১৩ বছৰৰ কেইবাটাও চৰকাৰী প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে পৰিৱেশ সংবেদনশীল অঞ্চলসমূহৰ অতিমাত্ৰা উন্নয়নে প্ৰাকৃতিক পানীৰ প্ৰবাহ বন্ধ কৰি অন্যান্য পৰিৱেশ দুৰ্যোগ যেনে ভূমিস্খলন আৰু বানপানীৰ আশংকা বৃদ্ধি কৰিব। কিন্তু সেই সতৰ্কবাণীবোৰৰ প্ৰতি কোনো গুৰুত্ব দিয়া নহ’ল।

ৱায়ানাদৰ স্থানীয় পৰিৱেশ সুৰক্ষা এন জি অ’ প্ৰকৃতি সংৰক্ষনা সমিতিৰ মুৰব্বী এন বডুছাই সংবাদ মাধ্যমৰ আগত কয়, ” কোৱা হয় যে প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন হৈছে, সেয়া সঁচা নহয়। ৱায়ানাডত এনেকৈয়ে প্ৰচণ্ড বৰষুণ হয়। আচলতে প্ৰকৃতি ধ্বংস কৰাৰ বাবে ইয়াৰ পৰিণাম ভুগিছে।”

চৰকাৰী ৰেকৰ্ডত দেখা গৈছে যে যোৱা বছৰ ১০ লাখতকৈ অধিক দেশী-বিদেশী পৰ্যটকে ৱায়নাড ভ্ৰমণ কৰিছিল। যিটো ২০১১ চনৰ সংখ্যাতকৈ প্ৰায় তিনিগুণ বেছি।

জানিব পৰা মতে সংস্থাটোৱে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ কাৰ্যালয় আৰু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও তেওঁলোকে কোনো সঁহাৰি নিদিলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd