• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গো হত্যাৰ বাবেই ৱায়নাডত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা : বিজেপি নেতাৰ দাবী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 4, 2024 4:00 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰু হত্যা কৰাৰ বাবেই কেৰালাৰ ৱায়নাড জিলাত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন। এই দাবী ৰাজস্থান বিজেপি নেতা জ্ঞানদেৱ আহুজাৰ।

শনিবাৰে সাংবাদিকৰ সৈতে মুখামুখি হয় জ্ঞানদেৱ আহুজা। তেওঁৰ মতে, কেৰালাৰ প্ৰাকৃতিক দুৰ্যোগৰ মূল কাৰণ হৈছে গো হত্যা। নেতাগৰাকীৰ মতে যিবোৰ অঞ্চলত গো হত্যা নহয়, সেইবোৰ অঞ্চলত এনেকুৱা ঘটনা সংঘটিত নহয়।

Apply Now

বিজেপি নেতা জ্ঞানদেৱ আহুজাই কয়, ‘২০১৮ চনৰ পৰা আমি পৰ্যবেক্ষণ কৰি আহিছো যে গো হত্যা অধিক হোৱা অঞ্চলত এনে দুৰ্যোগ অধিক সংঘটিত হৈছে। উত্তৰাখণ্ড, হিমাচলতো দুৰ্যোগ হৈছে যদিও ইমান ভয়াৱহ নহয়। কেৰেলাই যদি গো হত্যা বন্ধ নকৰে, তেন্তে অনাগত দিনত আৰু ভয়ংকৰ ঘটনা সংঘটিত হ’ব’।

উল্লেখ কৰা প্ৰয়োজন নাই যে অৰ্থহীন কথা কৈ অনাহক বিতৰ্ক সৃষ্টিৰ বাবে বিখ্যাত এইজন বিজেপি নেতা জ্ঞানদেৱ আহুজা। ইয়াৰ পূৰ্বেও এনে ধৰণৰ কথা কোৱাৰ ইতিহাস আছে এইজন নেতাৰ।

সকলোৱে জানে যে যোৱা মঙলবাৰে কেৰালাৰ ৱায়নাড জিলাৰ কেইখনমান গাঁৱত ভূমিস্খলন সংঘটিত হোৱাৰ বাবে ৩৫০ জনৰো অধিক ব্যক্তিয়ে মৃত্যুক আকোৱালি লৈছে। বহু লোক এতিয়াও সন্ধানহীন। সম্প্ৰতি উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে। শ শ লোক হৈ পৰিছে গৃহহীন। ৰাজ্যৰ ১০০ৰো অধিক সাহায্য শিবিৰত ১০ হাজাৰৰো অধিক লোকক আশ্ৰয় দিয়া হৈছে।

বিশেষজ্ঞ সকলে দাবী কৰিছে যে আন্তঃগাঁথনিৰ নামত প্ৰকৃতি ধবংস কৰি ৰিজৰ্ট আৰু হোটেল নিৰ্মাণ কৰাৰ বাবেই কেৰালাত এই ভূমিস্খনলৰ ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিৰ্মাণৰ নামত প্ৰকৃতি ধ্বংস নকৰিবলৈ দীৰ্ঘদিন ধৰি সকীয়াই আহিছে প্ৰকৃতি সুৰক্ষা সংগঠনৰ লগতে বিশেষজ্ঞ সকলে। এনে গুৰুতৰ আৰু বেদনাজনক পৰিস্থিতিৰ মাজত ফটুৱামী কৰিবলৈ এৰি দিয়া নাই বিজেপিৰ নেতাই। ভূমিস্খলনত মৃত্যু হোৱা আৰু গৃহহীন হোৱা লোকসকলৰ কাষলৈ গৈ আশ্বাস আৰু সহায়ৰ হাত আগবঢ়োৱাৰ সলনি এই ঘটনাক লৈ গৰুৰ ৰাজনীতিত নামি পৰিছে এইজন নিৰ্লজ বিজেপি নেতা। কেৱল গৰুৰ ৰাজনীতিয়েই নহয় ভূমিস্খলনত মৃত্যু হোৱা শ শ নীৰিহ লোকৰ মৃত আত্মাক গোহত্যাকাৰী সজাই চূড়ান্ত অপমান কৰিছে এইজন ধেমালিতে হোৱা বিজেপি নেতাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd