• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

এনেকৈয়ে পোতক তুলিলে ৱিনেশ ফ’গাটে! বিজেপিৰ অহংকাৰ চূৰ্ণ কৰি অলিম্পিকত জিলিকিল ব্ৰীজভূষণৰ নিৰ্যাতনৰ বলি হোৱা মল্লযুঁজাৰু

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 7, 2024 8:49 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে ব্ৰীজভূষণৰ নিৰ্যাতন! তাৰপিছত ন্যায় বিচাৰিবলৈ গৈ দিল্লীৰ ৰাজপথত সেনা-আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈছিল দেশৰ মহিলা মল্লযুজাৰু ৱিনেশ ফ’গাট।

এই ৱিনেশ ফ’গাটেই আজি বিশ্বৰ আগত জিলিকাই তুলিছে ভাৰতবৰ্ষৰ নাম। পেৰিছ অলিম্পিকত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৱিনেশ ফ’গাটে। ছেমি ফাইনেলত প্ৰৱেশ কৰিয়েই নিজৰ পদক নিশ্চিত কৰিছে মল্লযুঁজাৰুগৰাকীয়ে।

Apply Now

অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা যুঁজাৰু হৈছে ৱিনেশ ফ’গাট।

এই ৱিনেশ ফ’গাটকে কেইদিনমান আগত কংগেছৰ এজেন্ট, ৰাজনৈতিক সুবিধালোভী, অনুগ্ৰহকাৰী আৰু চৰিত্ৰহীন বুলি গণ্য কৰিছিল একাংশ বিজেপি সমৰ্থকে। বিজেপিৰ সাংসদ তথা মল্লযুঁজ ফেডাৰেচনৰ তদানীন্তন সভাপতি ব্ৰীজভূষণে মহিলা যল্লযুঁজাৰু সকলৰ ওপৰত চলোৱা শাৰীৰিক-মানসিক নিৰ্যাতনৰ ন্যায় বিচাৰি ৰাজপথত নামিছিল ৱিনেশ ফ’গাট। মল্লযোদ্ধা সকলে কৰা এই ন্যায় আন্দোলনৰ প্ৰতি কোনো সহাঁৰি নাছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ন্যায় বিচাৰি ৰাজপথতলৈ নামিব লগা হৈছিল ক্ৰীড়াংগনৰ খেলুৱৈ। এই আন্দোলন সহ্য হোৱা নাছিল ভাৰতৰ চৰকাৰৰ। খেলুৱৈ সকলক ৰাস্তাৰে চোচৰাই লৈ গৈছিল সেনা-আৰক্ষীয়ে। খেলুৱৈ সকলৰ এটা খবৰো লোৱা নাছিল নৰেন্দ্ৰ মোদীয়ে।

উল্লেখ্য যে মঙলবাৰে কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ১ নম্বৰ মল্লযুজাৰু জাপনৰ  য়ুই চুছাকিক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ৱিনেশে। তাৰপিছত ছেমি ফাইনেলত ইউক্ৰেইনৰ অকচানা লিভাছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

One takedown away from a 🎖️!

Watch Vinesh Phogat as she charges into the semi-finals at 10:15 PM TODAY! Watch LIVE on #Sports18 or stream FREE on #JioCinema 📲#OlympicsonJioCinema #OlympicsonSports18 #JioCinemaSports #Wrestling #Olympics pic.twitter.com/Dc6loa57v9

— JioCinema (@JioCinema) August 6, 2024

ৱিনেশৰ এই সফলতাৰ পিছত এতিয়া পুনৰ চৰ্চালৈ আহিছে মল্লযুঁজাৰুৰ ন্যায় আন্দোলনৰ বিষয়। পুনৰ বাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰক ধিক্কাৰ ভাৰতৰ সচেতন লোক সকলে। ৱিনেশৰ এই জয়ে যেন পৰাজিত কৰিলে অহংকাৰী আৰু ক্ষমতান্ধ নৰেন্দ্ৰ মোদী, ব্ৰীজভূষণ আৰু অমিত শ্বাহক। এই কথাই এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd