• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যুৎ বিভাগৰ কাণ্ড : বৰপেটাৰ কালজাৰত বি পি এল গ্ৰাহকলৈ কেইবাহাজাৰ টকাৰ বিল

আনিছুজ জামান by আনিছুজ জামান
May 21, 2018 11:12 pm
Barpeta Electricity bill
119
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ কালজাৰত সময় মতে বিদ্যুৎ যোগান ধৰিব নোৱৰা বিদ্যুৎ বিভাগে নিজ ইচ্ছা মতে বিল তৈয়াৰ কৰি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ (বি পি এল) গ্ৰাহকক হাৰাশান্তি কৰি অহাৰ এক  ভয়ংকৰ ছবি পোহৰলৈ আহিছে। ইয়াকলৈ কালজাৰত  আজি সন্ধিয়াৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অভিযোগ মতে কালজাৰত থকা ঠিকা ভিত্তিক বিদ্যুৎ কাৰ্যালয় মমতাজ ইলেক্ট্ৰনিকৰ স্বত্বাধিকাৰী মনোৱাৰ হুছেইনে নিজৰ ইচ্ছা মতে বিদ্যুতৰ বিল তৈয়াৰ কৰি গ্ৰাহকক প্ৰদান কৰি আহিছে। যাৰ বাবে বি পি এল গ্ৰাহক সকল চৰম সমস্যাত পৰিছে।

একাংশ বি পি এল গ্ৰাহকে অভিযোগ কৰা মতে তেওঁলোকক ২,০০০ পৰা  ৭,০০০ টকালৈ বিদ্যুতৰ বিল প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি মমতাজ ইলেক্ট্ৰনিকৰ স্বত্বাধিকাৰীজনে সাধাৰণ গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰি বিল আদায় কৰাৰো গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী গ্ৰাহকে।

যাৰ ফলত আজি সন্ধিয়াৰ ভাগত ভুক্তভোগী গ্ৰাহকে কালজাৰত থকা মনোৱাৰ হুছেইনৰ লাইনৰ অফিচ মমতাজ ইলেক্ট্ৰিনিক ঘেৰাও কৰি প্ৰতিবাদ সাবস্ত কৰে।

কাৰ ভুলৰ বাবে বি পি এল গ্ৰাহকৰ বিদ্যুতৰ বিল ইমান টকা হলেগৈ তাৰ উচিত  তদন্ত  কৰি দোষিক শাস্তি দিবলৈ তেওঁলোকে জিলা প্ৰশাসনক ১০ দিনৰ সময় সীমা বান্ধি দিয়ে। অন্যথা তেওঁলোকে ৩১ নং ৰাষ্টীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাবস্ত্য কৰিব বুলি হুংকাৰ দিয়ে ।

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd