• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধিঙৰ ধৰ্ষণ কাণ্ডক তীক্ষ্ণতম ভাষাৰে নিন্দা চিপিআই(এম)ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 23, 2024 9:07 pm
206
VIEWS
Share on FacebookShare on Twitter

কালি ২২ আগষ্টত নগাঁও জিলাৰ ধিঙত এগৰাকী ১৪ বছৰীয়া ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ চাইকেলেৰে উভতি অহা সময়ত বাটত তিনিজনীয়া যুৱকৰ দলে ধৰ্ষণ কৰাৰ ঘটনাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীক্ষ্ণতম ভাষাৰে নিন্দা কৰিছে। অভিযুক্ত আটাইকেইজনকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজন। ছাত্ৰীগৰাকীয়ে যাতে বিনামূলীয়াকৈ চিকিৎসা আৰু উপযুক্ত ক্ষতিপূৰণ পায় তাৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত ।

চিপিআই(এম)-এ অত্যন্ত উদ্বেগেৰে লক্ষ্য কৰিছে যে ৰাজ্যখনত ধৰ্ষণকে ধৰি নাৰী নিৰ্যাতন-হত্যা আৰু অন্যান্য ধৰণৰ অত্যাচাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। কিন্তু মহিলাসকলক উপযুক্ত সুৰক্ষা দিয়া আৰু নাৰী নিৰ্যাতনৰ ঘটনা নাইকীয়া কৰাৰ বাবে ৰাজ্যখনৰ চৰকাৰখনে কোনো ছিৰিয়াছ পদক্ষেপ গ্ৰহণ কৰা নাই। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনেই গৃহমন্ত্ৰী হোৱা সত্বেও নাৰী নিৰ্যাতনকে ধৰি সামাজিক অপৰাধসমূহ চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত দায়িত্ব স্বীকাৰ কৰি যথাযথ পদক্ষেপ গ্ৰহণ কৰাৰ সলনি কেতবোৰ উচটনিমূলক বক্তব্যৰে নিজৰ দায় সাৰিব বিচাৰিছে। অসমত নাৰী নিৰ্যাতন আৰু অন্যান্য অপৰাধমূলক ঘটনা হ্ৰাস কৰিবৰ বাবে মুখ্যমন্ত্ৰীক নিজৰ সাংবিধানিক দায়িত্বত মনোনিৱেশ কৰিবলৈ দাবী জনাইছে চিপিআই(এম)-এ।

Recent News

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd