• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ৫০ শতাংশ ভোটাৰৰ আৰু ভৰসা নাই মোডীৰ ওপৰত! চাঞ্চল্যকৰ তথ্য সমীক্ষাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2024 12:07 pm
204
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনত কাৰ্যতঃ বিপৰ্যয়ৰ সন্মুখীন হৈছে বিজেপি। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহায়ত এন ডি এ-য়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোডী। কিন্তু ক্ষমতালৈ আহিলে কি হ’ব, সমীক্ষাৰ প্ৰতিবেদন নৰেন্দ্ৰ মোডীৰ বাবে বৰ ভাল নহয়।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ কেইমাহমান পিছতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মুড অৱ দ্য নেচন সমীক্ষা চলাইছিল। আৰু তাতেই দেখা যায় যে দেশৰ ৫০ শতাংশতকৈও অধিক ভোটাৰৰ নৰেন্দ্ৰ মোডীৰ ওপৰত আস্থা নাই।

২০১৪ চনত এন ডি এ ক্ষমতালৈ অহাৰ পিছত এয়া প্ৰথম এনে প্ৰতিবেদন দেখা গ’ল। এফালে নৰেন্দ্ৰ মোডীৰ ওপৰত আস্থা কমি অহাৰ বিপৰীতে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। কিন্তু তেওঁ এতিয়াও নৰেন্দ্ৰ মোদীতকৈ যথেষ্ট পিছ পৰি আছে।

প্ৰতিবেদন অনুসৰি যদি এতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপিৰ ভোটৰ অংশ ৩৮%ৰ পৰা ৩৬.৬%লৈ হ্ৰাস পাব।

এই সমীক্ষাত এন ডি এ মিত্ৰজোঁটেই চৰকাৰ গঠনৰ দাবীত আছে। কিন্তু দেখা গৈছে যে কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পাইছে। ১৫ জুলাইৰ পৰা ১০ আগষ্টলৈকে এই সমীক্ষা চলোৱা হৈছিল। ১ লাখ ৩৬ হাজাৰ ৪৬৩ জন ভোটাৰে নিজৰ মতামত দিয়ে। তাত ৪৯ শতাংশ লোকে মোডীক ভোট দিছিল। ৩২ শতাংশৰ আস্থা ৰাহুল গান্ধী। ৮ শতাংশ ভোট লাভ কৰি তৃতীয় স্থানত আছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ।

সমীক্ষাৰ প্ৰতিবেদন  অনুসৰি মোডীৰ প্ৰতি মানুহৰ সমৰ্থন প্ৰায় চাৰে সাত শতাংশ হ্ৰাস পাইছে। বহু ভোটাৰৰ মতে মোডী চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰিছে। নিৰ্বাচনৰ পূৰ্বে চিবিআই, ইডিক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে। 

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd