• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অক্সিজেন, খাদ্যৰ নাটনি! মহাকাশ কেন্দ্ৰত আসন্ন বিপদত সুনীতা উইলিয়ামছ? কি ক’লে নাছাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2024 8:01 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোন্ধৰ দিনৰ পাছত ঘূৰি অহাৰ কথা আছিল। বৰ্তমান পৰিস্থিতিত সেই উভতি অহাটো সুদূৰ পৰাহত। অহা বছৰৰ ফেব্ৰুৱাৰীৰ পূৰ্বে মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব নোৱাৰিব সুনীতা উইলিয়ামছ, বুচ উইলমোৰৰ দলটো।

মাজত আছে দীঘলীয়া ৬ মাহ। তেতিয়ালৈকে তাত দিনটো কেনেদৰে কটাব সেই সন্দৰ্ভত যথেষ্ট চৰ্চা আৰু জল্পনা চলিছে। কেতিয়াবা অৱশ্যে মহাকাশ কেন্দ্ৰৰ পৰা সুনীতা, উইলমোৰে ভিডিঅ’ মেছেজত তেওঁলোকে ‘ভালে থকা’ৰ খবৰ দিছে।

কিন্তু এই মুহূৰ্তত তেওঁলোক সঁচাকৈয়ে নিৰাপদ নে? জানিব পৰা গৈছে যে মহাকাশ কেন্দ্ৰত অক্সিজেন আৰু খাদ্যৰ নাটনি হৈছে। সুনীতাহঁতৰ বিপদ বাঢ়িছে? এই খবৰটো কিমান সত্য সেই কথা স্পষ্ট কৰি দিলে নাছাই।

Apply Now

লগতে পঢ়কঃ জগনমোহনৰ সংগ এৰি চন্দ্ৰবাবুৰ শিবিৰত ২ সাংসদ! ৰাজ্যসভাত শক্তিবৃদ্ধি এনডিএৰ

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাৰ মতে, চিন্তাৰ কোনো কাৰণ নাই। ইতিমধ্যে তালৈ অক্সিজেন, খাদ্য, পানী আৰু কাপোৰ লৈ কাৰ্গো বিমান উৰা মাৰিছে। আৱদ্ধ মহাকাশ বিজ্ঞানীসকলৰ হাতত থাকিব সকলো প্ৰয়োজনীয় সামগ্ৰী।

নাছাৰ তথ্য অনুসৰি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰা হৈছে দুখন কাৰ্গো মহাকাশযান। এখনত ৮২০০ পাউণ্ড খাদ্য, পানী আৰু প্ৰয়োজনীয় সা-সামগ্ৰী আছে। আনখন তিনি টন সামগ্ৰীৰে ভৰপূৰ।

তদুপৰি, সুনীতাহঁতে এতিয়া মহাকাশ কেন্দ্ৰত শাক-পাচলিৰ খেতি কৰি আছে। ফলত খাদ্যৰ অভাৱৰ কোনো কাৰণ নাই। সুনীতা আৰু বুচ উইলমোৰ মহাকাশত কৃষিকৰ্মৰ গৱেষণাত ব্যস্ত। কেনেকৈ আৰু ভালদৰে শস্য উৎপাদন কৰিব পাৰি তাৰ ওপৰত গৱেষণা।

নাছাৰ তথ্য অনুসৰি শূন্য স্থানত ওলমি থকা অৱস্থাত সুস্থ হৈ থাকিবলৈ মহাকাশ কেন্দ্ৰত এটা জিম নিৰ্মাণ কৰি দিয়া হৈছে। তাত তেওঁলোকে লঘু ব্যায়াম, শৰীৰচৰ্চা  কৰিব পাৰে। নাছাই দাবী কৰিছে যে তেওঁলোকে ভালকৈ জীয়াই থাকিব পাৰিব।

লগতে পঢ়কঃ ছেপ্তেম্বৰৰ পৰা পুনৰ বৃদ্ধি পাব গাখীৰৰ দাম : বছৰত ৩ বাৰকৈ বাঢ়িল গাখীৰৰ মূল্য

ইপিনে, সুনীতা উইলিয়ামছৰ বিজ্ঞানী মাতৃ বনি পাণ্ডিয়াই অভিযানত যোৱাৰ সময়ত এনে বিপদজনক পৰিস্থিতিত আবদ্ধ হৈ পৰাৰ বাবে বেছি উদ্বিগ্ন নহয়। সংবাদমাধ্যমত তেওঁ কৈছে, ‘’মই তাইক কোনো বিশেষ পৰামৰ্শ দিয়া নাছিলো। তাই নিজৰ কামটো ভালদৰে জানে। ইয়াৰ পূৰ্বেই মহাকাশ কেন্দ্ৰত ৪০০ দিনতকৈও অধিক সময় কটাই আহিছে। এতিয়াও বৰ বেছি চিন্তাৰ কাৰণ নাই। সকলো ঠিক হৈ যাব।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd