• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুস্বাস্থ্যৰ বাবে নিতৌ পুৱা খাওক নৰসিংহ পাত ; ভাল হ’ব কেইবাটাও ৰোগ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 9:15 pm
1k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া মানুহৰ বাৰীত বা চোতালৰ কোণত সততে দেখা পোৱা এবিধ গুল্মজাতীয় উদ্ভিদ হ’ল নৰসিংহ। চাটনি, বৰ, পিঠা, ভাজি-তৰকাৰী আদিত নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়।

কিন্তু এই নৰসিংহৰ পাতত আছে অনেক স্বাস্থ্যকৰ উপাদান। নৰসিংহৰ পাত খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

নৰসিংহৰ পাতে কোষ্ঠকাঠিন্যৰ সমস্যা কমায়। দেশৰ বহু ঠাইত এই পাত মছলা হিচাপে ব্যৱহাৰ কৰা হয়। নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ভিটামিন, খনিজ পদাৰ্থ থাকে। যিটো স্বাস্থ্যৰ বাবে বহুত ভাল। আনকি হজম শক্তি উন্নত কৰাত সহায় কৰে। আনকি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।

ৰাতিপুৱা খালী পেটত নৰসিংহৰ পাতৰ চোবাই খালে লাভ কৰিব উপকাৰিতা –

১. প্ৰতিদিনে পুৱা নৰসিংহ পাত চোবাই খালে হজম শক্তি ভাল হয়। আন্ত্ৰিক অংশ ভাল হোৱাৰ লগতে বিপাকীয় ক্ৰিয়াও ভালে থাকে। নৰসিংহ পাত ৰাতিপুৱা খালে পেট ফুলাও কমি যায়। নৰসিংহ পাতে হজম শক্তি বৃদ্ধি কৰে যাৰ ফলত ভোক বৃদ্ধি পায়।

২. নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফ্লেভনয়ড থাকে। যিয়ে যকৃতক সুস্থ কৰি ৰখাত সহায় কৰে। যদি দৈনিক কেঁচা নৰসিংহ পাত চোবাই খাব পাৰে তেতিয়া তেতিয়া আপোনাৰ শৰীৰটো ডিটক্স হ’ব। ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলাব। গতিকে ৰাতি নৰসিংহ পাত তিয়াই থৈ ৰাতিপুৱা পানীখিনিও খাব পাৰে।

৩. তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ নৰসিংহ পাত অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে। দৈনিক নৰসিংহ পাত চোবাই খালে তেজত চেনিৰ পৰিমাণ পৰিমাণ বৃদ্ধি পাব নোৱাৰে।

৪. নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে আপোনাৰ চুলিখিনি সুস্থ কৰি ৰখাত সহায় কৰে। যিসকলৰ চুলি সৰে তেওঁলোকে দৈনিক নৰসিংহ পাত খাব পাৰে। 

৫. দৈনিক পুৱা নৰসিংহ পাত চোবাই খালে দাঁতৰ আলু মজবুত হয় আৰু ই দাঁত সুস্থ কৰি ৰাখে। ইয়াৰ বহু পৰিমাণে এন্টিবেক্টেৰিয়েল গুণ আছে। যিয়ে আপোনাৰ দাঁত পৰিষ্কাৰ কৰি ৰাখে। আনকি দাঁতৰ গুৰিৰ পৰা ৰক্তক্ষৰণ হ’লেও নৰসিংহ পা উপকাৰী। 

৬. নৰসিংহ পাতে হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। তৰকাৰী পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে।

কিন্তু যদি আপুনি আন কোনো ৰোগত ভুগি আছে তেন্তে নৰসিংহ পাত খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

 

 

Recent News

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd