• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সুস্বাস্থ্যৰ বাবে নিতৌ পুৱা খাওক নৰসিংহ পাত ; ভাল হ’ব কেইবাটাও ৰোগ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 9:15 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া মানুহৰ বাৰীত বা চোতালৰ কোণত সততে দেখা পোৱা এবিধ গুল্মজাতীয় উদ্ভিদ হ’ল নৰসিংহ। চাটনি, বৰ, পিঠা, ভাজি-তৰকাৰী আদিত নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়।

কিন্তু এই নৰসিংহৰ পাতত আছে অনেক স্বাস্থ্যকৰ উপাদান। নৰসিংহৰ পাত খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

Apply Now

নৰসিংহৰ পাতে কোষ্ঠকাঠিন্যৰ সমস্যা কমায়। দেশৰ বহু ঠাইত এই পাত মছলা হিচাপে ব্যৱহাৰ কৰা হয়। নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ভিটামিন, খনিজ পদাৰ্থ থাকে। যিটো স্বাস্থ্যৰ বাবে বহুত ভাল। আনকি হজম শক্তি উন্নত কৰাত সহায় কৰে। আনকি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।

ৰাতিপুৱা খালী পেটত নৰসিংহৰ পাতৰ চোবাই খালে লাভ কৰিব উপকাৰিতা –

১. প্ৰতিদিনে পুৱা নৰসিংহ পাত চোবাই খালে হজম শক্তি ভাল হয়। আন্ত্ৰিক অংশ ভাল হোৱাৰ লগতে বিপাকীয় ক্ৰিয়াও ভালে থাকে। নৰসিংহ পাত ৰাতিপুৱা খালে পেট ফুলাও কমি যায়। নৰসিংহ পাতে হজম শক্তি বৃদ্ধি কৰে যাৰ ফলত ভোক বৃদ্ধি পায়।

২. নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফ্লেভনয়ড থাকে। যিয়ে যকৃতক সুস্থ কৰি ৰখাত সহায় কৰে। যদি দৈনিক কেঁচা নৰসিংহ পাত চোবাই খাব পাৰে তেতিয়া তেতিয়া আপোনাৰ শৰীৰটো ডিটক্স হ’ব। ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলাব। গতিকে ৰাতি নৰসিংহ পাত তিয়াই থৈ ৰাতিপুৱা পানীখিনিও খাব পাৰে।

৩. তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ নৰসিংহ পাত অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে। দৈনিক নৰসিংহ পাত চোবাই খালে তেজত চেনিৰ পৰিমাণ পৰিমাণ বৃদ্ধি পাব নোৱাৰে।

৪. নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে আপোনাৰ চুলিখিনি সুস্থ কৰি ৰখাত সহায় কৰে। যিসকলৰ চুলি সৰে তেওঁলোকে দৈনিক নৰসিংহ পাত খাব পাৰে। 

৫. দৈনিক পুৱা নৰসিংহ পাত চোবাই খালে দাঁতৰ আলু মজবুত হয় আৰু ই দাঁত সুস্থ কৰি ৰাখে। ইয়াৰ বহু পৰিমাণে এন্টিবেক্টেৰিয়েল গুণ আছে। যিয়ে আপোনাৰ দাঁত পৰিষ্কাৰ কৰি ৰাখে। আনকি দাঁতৰ গুৰিৰ পৰা ৰক্তক্ষৰণ হ’লেও নৰসিংহ পা উপকাৰী। 

৬. নৰসিংহ পাতে হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। তৰকাৰী পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে।

কিন্তু যদি আপুনি আন কোনো ৰোগত ভুগি আছে তেন্তে নৰসিংহ পাত খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

 

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd