• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি কৰিবলৈ সাজু আছিল? নিজৰ অতীতক লৈ তৃপ্তি ডিমৰিৰ বিস্ফোৰক মন্তব্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2024 3:08 pm
319
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে ২০১৭ চনৰ পৰা অভিনয় কৰি আহিছে যদিও প্ৰথমে নেটফ্লিক্সত ‘বুলবুল’ নামৰ ৱেব ছিৰিজৰ জৰিয়তে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ পিছতে ৰণবীৰ কাপুৰৰ সৈতে ‘এনিমেল’ চিনেমাত অভিনয় কৰি ৰাতিটোৰ ভিতৰতে আলোড়নৰ সৃষ্টি কৰে।

শেহতীয়াকৈ তৃপ্তিক দেখা গৈছ কমেডী ছবি বেড নিউজত বিকি কৌশলৰ বিপৰীতে। কিন্তু এসময়ত অভিনেত্ৰীগৰাকী অলপ প্ৰচাৰ পাবলৈ আগ্ৰাসী হৈ পৰিছিল। প্ৰয়োজন হ’লে যিকোনো কাম কৰিবলৈ সাজু আছিল বুলিও অভিনেত্ৰীগৰাকীয়ে কয়।

২০১৮ চনত তেওঁৰ চিনেমা ‘লয়লা মাজনু’ ডাঙৰ পৰ্দাত মুক্তি লাভ কৰে। ছবিখন বক্স অফিচত হিট হ’ব আৰু ৰাতিটোৰ ভিতৰতে ঘৰুৱা নাম হৈ পৰিব বুলি তৃপ্তিৰ বহু আশা আছিল। কিন্তু বক্স অফিচত ব্যৰ্থ হয় লাইলা মাজনু। তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে আত্মবিশ্বাস হেৰুৱাই ভাঙি পৰিছিল।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তৃপ্তি ডিমৰিয়ে কয়, সেই সময়ত মই লাইমলাইটলৈ আহিবলৈ যিকোনো কাম কৰিবলৈ ইচ্ছুক আছিলো। আনকি প্ৰতিযোগী হিচাপে ‘বিগ বছ’ৰ ঘৰলৈ যাবলৈও মন গৈছিল।

তৃপ্তিয়ে লগতে কয়, ‘মই যেতিয়া মুম্বাইলৈ আহিছিলো তেতিয়া মই ইণ্ডাষ্ট্ৰীৰ কাকো চিনি পোৱা নাছিলো। মই অতি অন্তৰ্মুখী আছিলোঁ আৰু পিছলৈ সফলতাৰ লগে লগে দায়িত্ববোধো আহিছিল। আগৰ সন্তুষ্টি আৰু আজিৰ সন্তুষ্টিৰ মাজত মূল পাৰ্থক্যটো হ’ল আত্মবিশ্বাস; এতিয়া ভয়ে মোৰ মাজত কাম নকৰে। জীৱনত ভাৰসাম্য ৰক্ষা কৰি ভাল পাওঁ, অভিনয় মোৰ পেছা।’

সেই সময়ত অভিনেত্ৰীগৰাকীয়ে অনুভৱ কৰিছিল যে যিকোনো প্ৰকাৰে খ্যাতি অৰ্জন কৰিব লাগিব। যদিও বৰ্তমান সময়ত তেওঁ এই চিন্তাক এৰি আগুৱাই গৈছে। 

Recent News

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd