• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অলিম্পিকৰ এথলীট ৰেবেকা চেপটেগেইৰ মৃত্যু : পেট্ৰল ঢালি জ্বলাই দিলে প্ৰাক্তন প্ৰেমিকে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 5, 2024 1:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰেমিকে পেট্ৰল জ্বলাই দিলে উগাণ্ডাৰ অলিম্পিকৰ এথলীট ৰেবেকা চেপটেগেইক।

উগাণ্ডাৰ চৰকাৰী বিষয়াই জনোৱা মতে, যোৱা দেওবাৰে প্ৰাক্তন প্ৰেমিকে পেট্ৰল ঢালি জ্বলাই দিয়াৰ কিছুদিন পিছতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈগৰাকীয়ে মৃত্যুক আকোৱালি লয়।

Apply Now

গীৰ্জাৰ পৰা ঘৰলৈ উভটি অহা পথত প্ৰাক্তন প্ৰেমিকে এই দুষ্কাৰ্য সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে শেহতীয়া পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল ৩৩ বছৰীয়া উগাণ্ডাৰ মাৰাথন দৌৰবিদগৰাকীয়ে।

স্থানীয় প্ৰশাসকে দাখিল কৰা প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে খেলুৱৈগৰাকী আৰু তেওঁৰ প্ৰাক্তন সংগীৰ মাজত মাটি সম্পৰ্কীয় বিবাদ চলি আছিল। মাটিক কেন্দ্ৰ কৰি কাজিয়াও হৈছইল দুয়োৰে মাজত।

উল্লেখ্য শেহতীয়াকৈ আক্ৰমণৰ বলি হৈ কেনিয়াৰ কেইবাগৰাকী মহিলা খেলুৱৈয়ে প্ৰাণ হেৰুৱাইছে।

খেলুৱৈগৰাকীৰ পৰিয়ালে এতিয়াও তেওঁৰ মৃত্যু নিশ্চিত কৰা নাই যদিও তেওঁক ভৰ্তি কৰা এলড’ৰেটৰ মই টিচিং এণ্ড ৰেফাৰেল হাস্পতালৰ মুৰব্বী ডাঃ ওৱেন মেনাচে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, খেলুৱৈগৰাকীৰ সকলো অংগ বিকল হোৱাৰ পিছত মৃত্যু হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd