• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষাৰ্থী সমাজৰ ব্যাপক প্ৰতিবাদ : দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিলে গুৱাহাটী আই আই টিৰ সঞ্চালকে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2024 3:06 pm
365
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি শিক্ষাৰ্থী সমাজে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে পদৰ পৰা পদত্যাগ কৰিছে প্ৰতিষ্ঠানটোৰ ডীন(সঞ্চালক) কাণ্ডুৰু ভি কৃষ্ণই।

জানিব পৰা মতে আই আই টি-দিল্লীৰ প্ৰাক্তন ছাত্ৰ কাণ্ডুৰু ভি কৃষ্ণ।  এই শিক্ষাবিদগৰাকীয়ে ২০০৬ চনত দিল্লী আই আই টিত পি এইচ ডি কৰিছিল।

উল্লেখ্য যে প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাতকৈ ‘গ্ৰেড’ক অধিক গুৰুত্ব প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদত নামিছিল প্ৰায় পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰী।

কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ বিমলেশ কুমাৰৰ মৃতদেহ ব্ৰহ্মপুত্ৰ হোষ্টেলৰ নিজৰ কোঠাত উদ্ধাৰ হোৱাৰ পিছতেই এই অভিযোগ উত্থাপন হৈছিল। লগতে সঞ্চালকৰ পদত্যাগৰো দাবী উত্থাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে।

ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে যোৱা শীতকালত প্ৰয়োজনীয় উপস্থিতিৰ পূৰণ কৰিব নোৱাৰাৰ বাবে বিহিত ব্যৱস্থা তথা শাস্তিৰ সন্মুখীন হৈছিল কেইবাগৰাকীও শিক্ষাৰ্থী। তাৰ ভিতৰত আছিল মৃত্যু হোৱা বিমলেশ কুমাৰ। শ্ৰেণীত উপস্থিতি কমকৈ থকাৰ বাবে ইণ্টাৰ্নশ্বিপ কৰাত ছাত্ৰগৰাকীক বাধা আৰোপ কৰা হৈছিল। যাৰ ফলত তেওঁ আত্মহননৰ পথ বাচি লয় বুলি অভিযোগ উত্থাপন কৰিছে।

ছাত্ৰ-ছাত্ৰী সকলে দাবী কৰে যে কৰ্তৃপক্ষই আই আই টি-গুৱাহাটী হাস্পতালে প্ৰদান কৰা মেডিকেল চাৰ্টিফিকেট পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে এনে শাস্তিৰ সন্মুখীন হৈছে।  তেওঁলোকে আৰু অভিযোগ কৰে যে কৰ্তৃপক্ষই ছুটী প্ৰদানৰ ক্ষেত্ৰত অনমনীয়তা অৱলম্বন কৰিছে। আনকি যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে বৈধ চিকিৎসা প্ৰমাণপত্ৰ দাখিল কৰিছিল।

ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে তেওঁলোকৰ ছুটীৰ অনুৰোধ হয় আওকাণ কৰা হৈছিল নহয় অৰ্থহীন প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd