• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

APSC কেলেংকাৰীৰ অভিযোগনামা দাখিল কৰিলে বিশেষ তদন্তকাৰী দলে; বাদ দিলে ৯ জন বিষয়াক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2024 7:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে অসম লোকসেৱা আয়োগৰ নগদ ধনৰ বিনিময়ত চাকৰিৰ কেলেংকাৰিৰ চূড়ান্ত অভিযোগনামা (চাৰ্জশ্বীট)দাখিল কৰে বিশেষ তদন্তকাৰী দলে (এছ আই টি)।

তদন্তকাৰী বিষয়া উপেন কলিতাই গুৱাহাটীৰ বিশেষ আদালতত দাখিল কৰা ১৫৬ পৃষ্ঠাৰ নথিত ২৩জন গেজেটেড বিষয়াৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰে।

অৱশ্যে এই কেলেংকাৰিত পূৰ্বে জড়িত ৯জন বিষয়াক বাদ দিয়াৰ বাবে অভিযোগনামাখনে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। আই পি এছৰ বিষয়া প্ৰতীক থুবেই পূৰ্বে অভিযোগনামা দাখিল কৰাৰ চেষ্টা চলাইছিল, যিটো উল্লেখযোগ্য ত্ৰুটিৰ বাবে আদালতে নাকচ কৰিছিল।

Apply Now

২০২৪ চনৰ জুন মাহত বিশেষ ন্যায়াধীশৰ আদালতে এছ আই টিৰ প্ৰতিবেদন নাকচ কৰি পুনৰ তদন্তৰ নিৰ্দেশ দিয়ে।

আদালতে তদন্তকাৰী বিষয়া প্ৰতীক থুবেকো এছ আই টিৰ পৰা অপসাৰণৰ নিৰ্দেশ দিছিল।

লগতে পঢ়কঃ উচ্ছেদৰ সময়ত সোণাপুৰত উত্তপ্ত পৰিস্থিতি! আৰক্ষীৰ গুলীত নিহত দুজন

এইবাৰ এই ৯ জন ব্যক্তিক বাদ দিয়াৰ এছ আই টিৰ সিদ্ধান্তই তেওঁলোকৰ তদন্তৰ সম্পূৰ্ণতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত এজনীয়া আয়োগে ২০১৩ আৰু ২০১৪ চনৰ এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰায় ৫০জন বিষয়াক অন্যায় উপায়েৰে চাকৰি নিশ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে অসম চৰকাৰে লক্ষণীয় সময়ৰ বাবে বিচাৰাধীন হৈ থকা শৰ্মা আয়োগৰ প্ৰতিবেদন পেলাই ৰখাৰ ফলত অৱশেষত এছ আই টি গঠন হ’ল।

চিআইডিৰ এডিজিপিৰ দায়িত্বতো থকা  আই পি এছ বিষয়া এম.পি. গুপ্তা আৰু প্ৰতীক থুবেৰ নেতৃত্বত এছআইটিয়ে কেইবাজনো অভিযুক্ত বিষয়াক জেৰা কৰা কৰিছিল যদিও মাত্ৰ পাঁচজনকহে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

শৰ্মা আয়োগৰ অভিযোগ সত্ত্বেও আৰু ২১ জন বিষয়াক কেৱল নিলম্বন কৰাৰ বিপৰীতে আন বহুতে কাম কৰি থাকিল।

লগতে পঢ়কঃ চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান; হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যু

এছ আই টিয়ে এ পি এছ চিৰ চাকৰি অন্যায়ভাৱে লাভ কৰাৰ সন্দেহ কৰা ২৫জন বিষয়াক জেৰা কৰাৰ বিপৰীতে মাত্ৰ পাঁচজনকহে গ্ৰেপ্তাৰ কৰা হয়।

চূড়ান্ত অভিযোগনামাত ৯ জন বিষয়াক বাদ দিয়াৰ ফলত তদন্তৰ ক্ষেত্ৰত এছ আই টিৰ কাৰ্যপন্থাক লৈ উদ্বেগ প্ৰকাশ পাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd