• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰে? সংখ্যাই ক’ব আপুনি সুস্থ নে…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2024 8:34 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন সুস্থ ব্যক্তিৰ বাবে দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক? এই প্ৰশ্নটো প্ৰায়ে মনলৈ আহে। বিশেষকৈ যিসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় সচেতন হৈ থাকে। এই প্ৰশ্ন উত্থাপন হয় কিয়নো চৌপাশৰ বহু লোকে বাৰে বাৰে টয়লেটলৈ যায়, আনহাতে কিছুমানে টয়লেটলৈ নোযোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা বহি থাকে। এনে পৰিস্থিতিত প্ৰচুৰ পৰিমাণে পানী খোৱা লোকসকলে নিজকে একেবাৰে ফিট বুলি অনুভৱ কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছকে ধৰি ক্ৰনিক ডায়েবেটিছৰ বিভিন্ন প্ৰকাৰ আছে। টাইপ ১ ডায়েবেটিছত ৰোগ প্ৰতিৰোধ ক্ষমতাই অগ্নাশয়ৰ (পেনক্ৰয়াছ)ইনচুলিন উৎপাদনকাৰী বিটা কোষক আক্ৰমণ কৰি ধ্বংস কৰে। টাইপ ২ ডায়েবেটিছত শৰীৰে হয় পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন নকৰে, নহয় ই ইনচুলিনক প্ৰতিৰোধ কৰে। টাইপ ২ ডায়েবেটিছৰ অন্যতম সাধাৰণ লক্ষণ হ’ল সঘনাই প্ৰস্ৰাৱ কৰা।

ডায়েবেটিছ ৰোগীৰ তেজত অতিৰিক্ত গ্লুক’জ উৎপন্ন হয়। যাৰ বাবে কিডনীয়ে অতিৰিক্ত গ্লুক’জ ফিল্টাৰ কৰি শোষণ কৰিবলৈ বাধ্য হয়। কিন্তু কিছু সময়ৰ পাছত এইটো আৰু সম্ভৱ নহয়। তাৰ পিছত গ্লুক’জ প্ৰস্ৰাৱত নিৰ্গত হয়। টিছুৰ পৰা অতিৰিক্ত তৰল পদাৰ্থ নিৰ্গত হয়। শৰীৰৰ পানীশূন্য হৈ পৰে। সেইবাবেই অধিক পানী খালে ৰোগীয়ে সঘনাই প্ৰস্ৰাৱ কৰে।

Apply Now

দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক বুলি গণ্য কৰা হয়?

এজন সুস্থ আৰু প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দিনটোত অৰ্থাৎ ২৪ ঘন্টাত কমেও ২ লিটাৰ পানী খাব লাগে। সেই অনুসৰি এজন সুস্থ প্ৰাপ্তবয়স্কই দিনটোত ছয়ৰ পৰা আঠবাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক। দিনটোত চাৰিৰ পৰা দহবাৰ প্ৰস্ৰাৱ কৰাটোও স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। কাৰণ ই দৈনন্দিন কাম-কাজত বাধা নিদিয়ে। কিন্তু ইয়াতকৈ বেছি হ’লে চিন্তা কৰিব লাগিব।

ডায়েবেটিছ ৰোগীৰ বাবে কিমানবাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক?

কোনোবাই যদি দিনটোত সাতৰ পৰা দহবাৰতকৈ অধিক প্ৰস্ৰাৱ কৰে তেন্তে ই টাইপ ১ বা টাইপ ২ ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ তথ্য অনুসৰি ডায়েবেটিছ ৰোগীয়ে দিনটোত ৩ লিটাৰৰ পৰা গুৰুতৰ ক্ষেত্ৰত ২০ লিটাৰলৈকে প্ৰস্ৰাৱ উৎপাদন কৰিব পাৰে। এনে হ’লে মানুহজন সকলো সময়তে পিয়াহত থাকিব। যিমানেই পানী খালেও মুখখন শুকান যেন লাগিব।

সঘনাই প্ৰস্ৰাৱ কৰাটোৱেই একমাত্ৰ ডায়েবেটিছৰ কাৰণ নহয়। উচ্চ ৰক্তচাপ, বৃক্ক বা মূত্ৰাশয়ৰ সমস্যাৰ বাবেও অত্যধিক প্ৰস্ৰাৱ হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে, সঘনাই প্ৰস্ৰাৱ কৰাৰ পিছতো যদি কোনোবাই সুস্থ আৰু স্বাভাৱিক অনুভৱ কৰে তেন্তে চিন্তাৰ কোনো কাৰণ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

August 20, 2026 3:28 pm
ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd