• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰল মহাজাগতিক পৰিঘটনা! পৃথিৱীয়ে পাব নতুন ‘চন্দ্ৰ’, কিমান দিন ৱৰ্তি থাকিব অস্তিত্ব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2024 9:38 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সঁচা! তেনেকুৱাও হয়নে? অতি বিৰল মহাজাগতিক পৰিঘটনা। পৃথিৱীৰ কক্ষপথত উপস্থিত হৈছে এটা নতুন উপগ্ৰহ। সেইটোও আকৌ সাময়িক। হয়, এইটো সঁচা। ‘আমেৰিকান এষ্ট্ৰ’নমিকেল ছ’চাইটি’ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে এই সৰু চন্দ্ৰটোৰ সন্ধান পোৱা গৈছে। আৰু তেতিয়াৰ পৰাই এই নতুন উপগ্ৰহ মহাকাশচাৰীসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

কোৱা হৈছে যে ২৯ ছেপ্টেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ আকাশত এটা সৰু ‘চন্দ্ৰ’ উদয় হ’ব। ইয়াৰ পিছত ই পুনৰ অদৃশ্য হৈ যাব। মহাকাশ প্ৰেমীসকলে এতিয়া মহাকাশৰ নতুন সদস্যক চাবলৈ কৌতুহলী হৈ পৰিছে।

কিন্তু পৃথিৱীৰ নতুন উপগ্ৰহৰ ইমান সাময়িক আবিৰ্ভাৱ কিয়? আমেৰিকান এষ্ট্ৰ’নমিকেল ছ’চাইটিয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ছেপ্টেম্বৰৰ শেষৰ ফালে ২০২৪ পিটি৫ নামৰ এটা গ্ৰহাণু পৃথিৱী পাৰ হ’ব। এই গ্ৰহাণুৰ অস্তিত্ব যোৱা মাহতহে পোৱা গৈছিল।

Apply Now

লগতে পঢ়কঃ চাকৰিৰ প্ৰলোভন দি যুৱতীক মাতি আনি হোটেলত ধৰ্ষণ! জিমৰ মালিকৰ বিৰুদ্ধে ৰুজু গোচৰ

বিজ্ঞানীসকলে কয় যে যেতিয়া এই গ্ৰহাণুটো পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব তেতিয়া ইয়াৰ এটা অংশ মাধ্যাকৰ্ষণ বলৰ বাবে কক্ষপথত প্ৰৱেশ কৰিব। আগন্তুক ২ মাহলৈ ই পৃথিৱীক প্ৰদক্ষিণ কৰিব। ইয়াৰ পিছত লাহে লাহে আকৰ্ষণ অতিক্ৰম কৰি পুনৰ নিজৰ পথলৈ উভতি যাব। আৰু বিজ্ঞানীসকলে কক্ষপথত চলা গ্ৰহাণুৰ এই অংশটোক উপগ্ৰহ বুলি গণ্য কৰে। চন্দ্ৰৰ সৰু অংশৰ সৈতে তুলনা কৰা হৈছে।

জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে পৃথিৱীৰ ওচৰৰ এনে যিকোনো বস্তুৰ আনুমানিক ট্ৰেজেক্টৰী আমাৰ পৃথিৱীৰ অতি ওচৰত। তাৰে কোনোবাটো ইমান সৰু চন্দ্ৰ হ’বও পাৰে। কিন্তু সেইবোৰৰ শক্তি হেৰুৱাই কেইঘণ্টামানৰ ভিতৰতে ধ্বংস হৈ যায়।

Earth is about to gain a temporary mini-moon—asteroid 2024 PT5. Discovered on August 7, 2024, this asteroid is roughly 10 meters (33 feet) in diameter and will be captured by Earth’s gravity from September 29 to November 25, 2024.

During this time, the asteroid will loop around… pic.twitter.com/xDZERy3CsS

— Erika  (@ExploreCosmos_) September 13, 2024

কিন্তু চলিত মাহৰ শেষত পৃথিৱীৰ কাষেৰে উৰি যাব লগা ২০২৪ পিটি৫ নামৰ গ্ৰহাণুটোৱে নিজৰ আকৰ্ষণ শক্তি আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ অধীনত দুমাহ ধৰি পৃথিৱীখনক প্ৰদক্ষিণ কৰিব। এই সময়ছোৱাত ই কেৱল উপগ্ৰহ হিচাপেই কক্ষপথত ঘূৰি নাথাকিব। ইয়াৰ দ্বাৰা সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰৰ পৰা বহু নতুন তথ্য লাভ কৰাৰ আশা কৰিছে বিজ্ঞানীসকলে। খালী চকুৰে “মিনি মুন” দেখা পোৱা যাবনে? সেই বিষয়টো হতাশাজনক। গৱেষকসকলে কয় যে মহাকাশ কেন্দ্ৰৰ অবিহনে ইয়াক দেখা পোৱা নাযায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd