• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ সাত দিনতে কমিব ২ৰ পৰা ৩ কেজি ওজন; গৰমত চৰ্বি কমাবলৈ পালন কৰক এই টিপছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2024 7:58 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওজন কমাবলৈ প্ৰথমে নেমু আৰু মৌৰ ডিটক্স পানী খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। দিনটো আৰম্ভ কৰক নেমু আৰু মৌ ডিটক্স পানীৰে। গৰম পানীত নেমু আৰু মৌ মিহলাই প্ৰতিদিনে খাব লাগে। ই শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰাই পেলাব।

ওজন কমাব বিচাৰিলে তেলযুক্ত খাদ্য পৰিহাৰ কৰক। ভজা খাদ্য একেবাৰেই নাখাব। অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ প্ৰথমে অধিক তেলৰ পৰিমাণ থকা খাদ্যসমূহ আঁতৰাই পেলাওক। তেলযুক্ত খাদ্যৰ পৰা চৰ্বি বৃদ্ধি পায়।

ওজন কমাব বিচাৰিলে চেনিৰ পৰা বিৰত থাকিব লাগে। ওজন কমোৱাৰ কথা আহিলে প্ৰথমে চেনি ত্যাগ কৰিব লাগে। চেনিয়ে বিভিন্ন স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি কৰে। লগতে ওজন বৃদ্ধি কৰে। গতিকে চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰক।

Apply Now

ওজন কমাবলৈ দৈনিক পানী খাব লাগে। দৈনিক ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে। ই শৰীৰক হাইড্ৰেটেড কৰি ৰাখিব। বেছিভাগ মানুহেই ওজন কমাবলৈ চেষ্টা কৰাৰ সময়ত ডিহাইড্ৰেচনত ভোগে। সেইবাবেই অধিক পানী খোৱাটো প্ৰয়োজনীয়। ই লাভজনক হ’ব।

ওজন কমাবলৈ প্ৰথমে সঠিক সময়ত খাদ্য গ্ৰহণ কৰক। সময়মতে ৰাতিৰ আহাৰ খাওক। ৰাতি শুবলৈ যোৱাৰ কমেও ২ ঘণ্টা আগতে খাদ্য খোৱা শেষ কৰক। ই লাভজনক হ’ব।

চৰ্বি কম কৰিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজনীয়। চৰ্বি হ্ৰাসৰ কথা আহিলে বেছিভাগেই কম খাদ্য খায়। তাৰ পৰিৱৰ্তে প্ৰতিদিনে পুষ্টিকৰ খাদ্য খাব লাগে। ১ বাটি সিজোৱা শাক-পাচলি খাব। অতিৰিক্ত চৰ্বি কম কৰিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজনীয়। এই সময়ছোৱাত বহু লোকে পুষ্টিৰ অভাৱত ভুগিবলগীয়া হয়। গতিকে এই টিপছবোৰ মানি চলক।

ডায়েটিং কৰাৰ সময়ত দৈনিক ফলমূল খাব লাগে। নিয়মিতভাৱে ফলমূল খাব লাগে। উপকাৰী ফল-মূলে শৰীৰক সুস্থ কৰি ৰখাৰ লগতে অতিৰিক্ত চৰ্বি কম কৰিব। এই বিশেষ টিপছবোৰ মানি চলক। ফলত আছে বিভিন্ন উপকাৰী উপাদান। যিটো এই সময়ত সকলোৱে খোৱাটো প্ৰয়োজনীয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm
বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

June 7, 2026 2:05 pm
বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm
দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm
বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

June 7, 2026 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd