• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গান্ধী জয়ন্তীৰ পূৰ্বে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড; দুষ্কৃতিকাৰীৰ সন্ধানত আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2024 9:33 pm
354
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ চুলতানপুৰত গান্ধীৰ প্ৰতিমূৰ্তিত আক্ৰমণ চলালে দুষ্কৃতিকাৰীৰ দলে। গভীৰ নিশা একাংশ অচিনাক্ত ব্যক্তিয়ে প্ৰতিমূৰ্তি ভাঙি ভাঙি লণ্ডভণ্ড কৰে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে দোষীক চিনাক্ত কৰি তদন্ত আৰম্ভ কৰে। স্থানীয় ৰাইজে প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই প্ৰতিমূৰ্তিটো লক্ষ্ণৌ-বলিয়া ঘাইপথৰ কাষৰ চুলতানপুৰৰ চেদাৱাদী গাঁৱত অৱস্থিত। ১৯৯৬ চনত স্থানীয় ৰাইজৰ উদ্যোগত এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। সোমবাৰে নিশা দুষ্কৃতিকাৰীৰ দলে প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰে। মতিগড়পুৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক তৰুণ কুমাৰ পেটেলে কয়, ‘আমি অতি সোনকালে এই গৰ্হিত কাম কৰা লোকক গ্ৰেপ্তাৰ কৰিম। প্ৰশাসনিক নিৰ্দেশনা অনুসৰি প্ৰতিমূৰ্তি মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব।”

ইফালে স্থানীয় ৰাইজে কয় যে প্ৰতি বছৰে গান্ধী জয়ন্তীৰ দিনা স্থানীয় ৰাইজে প্ৰতিমূৰ্তিটোক শ্ৰদ্ধাঞ্জলি জনায়। মূৰ্তিটোৰ আশে-পাশে সৌন্দৰ্য্যবৰ্ধনৰ কামো আৰম্ভ হ’ব লাগিছিল, তাৰ আগতেই দুষ্কৃতিকাৰীয়ে মূৰ্তিটোক আক্ৰমণ কৰাৰ পিছত গাঁওবাসী বিচলিত হৈ পৰিছিল। অমৰজিৎ সিং নামৰ এজন ব্যক্তিয়ে গান্ধীমূৰ্তিৰ যত্ন লোৱাৰ দায়িত্ব লৈছিল। তেওঁ কয়, চান্দা সংগ্ৰহ কৰি প্ৰয়োজন অনুসৰি পৰিষ্কাৰ কৰা হৈছিল। ভাঙি-ছিঙি পেলোৱাৰ ক্ষেত্ৰত আমি ক্ষিপ্ৰ ব্যৱস্থাৰ দাবী জনাইছোঁ। গান্ধী জয়ন্তীৰ ঠিক আগৰ এনে ঘটনা মই মানি ল’ব নোৱাৰোঁ।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd