• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বনামধন্য শিল্পী, খগেন মহন্তৰ ভাতৃ দীগেন মহন্ত আৰু নাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2024 9:45 am
স্বনামধন্য শিল্পী, খগেন মহন্তৰ ভাতৃ দীগেন মহন্ত আৰু নাই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰখ্যাত শিল্পী দিগেন মহন্তৰ মঙলবাৰে গুৱাহাটীত দেহাৱসান ঘটে। নিশা প্ৰায় ৮ বজাত তেওঁৰ মৃত্যু হয়।

মহন্ত আছিল অসমীয়া সংগীতৰ কিংবদন্তি প্ৰয়াত খগেন মহন্তৰ কনিষ্ঠ ভাতৃ।

দিগেন মহন্ত আছিল অল ইণ্ডিয়া ৰেডিঅ’ (AIR), গুৱাহাটীত প্ৰথম শ্ৰেণীৰ কণ্ঠশিল্পী। তেওঁৰ চিৰসেউজ গীত “তুমি ৰোৱা সেই শেৱালী জোপা আজি প্ৰথম ফুলিছে”ৰ বাবে তেওঁ বহুলভাৱে পৰিচিত আছিল।

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা অসংখ্য প্ৰশংসা লাভ কৰা মহন্তৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক পৰিৱেশত এক শোকৰ ছাঁ পেলাইছে। নগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীক ২০২২ চনত নগাঁৱৰ আগশাৰীৰ সামাজিক আৰু সাংস্কৃতিক সংগঠন গন্ধাৰে ‘সুৰ-ৰত্ন জগ্য বেজবৰুৱা বঁটা’ৰে সন্মানিত কৰিছিল। অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰতিও তেওঁৰ বিশেষ অৱদান আছে। এইগৰাকী প্ৰচাৰবিমুখ শিল্পীৰ মৃত্যুত অসমৰ শিল্পী সমাজ শোকাৰ্ত হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

August 19, 2025 1:06 pm
সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

August 19, 2025 12:37 pm
চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

August 19, 2025 11:39 am
বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

August 19, 2025 1:06 pm
সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

August 19, 2025 12:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd