• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“বু্ঢ়ীমাৰৰ দৰে অৱস্থা হ’ব তোৰ..” : ৰাহুল গান্ধীক হত্যাৰ ভাবুকি বিজেপি নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2024 12:59 pm
246
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে লাভ কৰিছে হত্যা আৰু শাৰীৰিক আক্ৰমণৰ ভাবুকি। অভিযোগ অনুসৰি বিজেপি নেতাই কংগ্ৰেছ নেতাগৰাকীক এই ভাবুকি প্ৰদান কৰিছে।

বুধবাৰে কংগ্ৰেছ নেতা অজয় ​​মাকেনে এই সম্পৰ্কে দিল্লীৰ টুগলাক ৰোড থানাত এজাহাৰ দাখিল কৰে। ৰাহুল গান্ধীক ভাবুকি প্ৰদান কৰা সকলৰ ভিতৰত আছে বিজেপি নেতা তৰ্বিন্দৰ সিং মাৰৱা।

উল্লেখ্য যে যোৱা ১১ ছেপ্টেম্বৰত বিজেপিৰ এক অনুষ্ঠানত মাৰৱাই কৈছিল, “ৰাহুল গান্ধী, আপুনি নিজকে শুধৰাই দিয়ক, নহ’লে কাইলৈ আপুনি আপোনাৰ আইতাৰাৰ দৰে ভাগ্যৰ সন্মুখীন হ’ব।”

ইয়াৰ উপৰিও শিৱসেনাৰ শিন্দে শিবিৰৰ বিধায়ক সঞ্জয় গাইকৱাদৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সময়ত শিৱসেনাৰ নেতাগৰাকীয়ে কৈছিল – কোনোৱে ৰাহুল গান্ধীৰ জিভাখন কাটি দিব পাৰিলে ১১ লাখ টকা পুৰষ্কাৰ দিয়া হ’ব।

ইয়ালে ৰে’ল ৰাজ্য মন্ত্ৰী ৰৱনীত বিট্টুৰ বিৰুদ্ধেও অভিযোগ উত্থাপোন কৰিছে কংগ্ৰেছে। যোৱা ১৫ ছেপ্টেম্বৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকাৰ সময়তে তেওঁ ৰাহুল গান্ধীক ‘এক নম্বৰ উগ্ৰপন্থী’ বুলি অভিহিত কৰিছিল।

কংগ্ৰেছৰ অভিযোগ যে বিজেপি আৰু এন ডি এৰ সংবাদ মাধ্যমে ৰাহুলৰ বিৰুদ্ধে উচটনি দিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে এনেধৰণৰ শব্দ ব্যৱহাৰ কৰি ৰাইজৰ মাজত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd