• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমিতাভৰ ঘৰৰ পৰা ওলাই গৈছে অভিষেক বচ্চন! তিক্ততা পাহৰি পৃথকে ঐশ্বৰ্যৰ সৈতে বাস কৰিবলৈ সাজু জুনিয়ৰ বচ্চন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 20, 2024 3:18 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন আকৌ ওচৰ চাপি আহিল নেকি? সকলো অস্থিৰতা আকৌ পাহৰি অভিষেক আৰু ঐশ্বৰ্যই পুনৰ আগবাঢ়িবলৈ লোৱাৰ কথা চৰ্চা চলিছে! বলীউডৰ নতুন হুলস্থুলে সেইটোৱেই কৈছে।

বলীউডৰ এক নতুন চৰ্চাই কয় যে অভিষেকে অমিতাভৰ ‘জলছা’ এৰিব। আনকি, অভিষেকে মুম্বাইত নতুন ফ্লেট কিনিছে। আৰু জুনিয়ৰ বি তাত থাকিব ঐশ্বৰ্য আৰু আৰাধ্যাৰ সৈতে। সূত্ৰৰ পৰা জানিব পৰা মতে, ৫৭ নং মহলাৰ এই নতুন ফ্লেটটো অভিষেকে ক্ৰয় কৰিছিল। এই ফ্লেটটোৰ আয়তন ৪৮৯৪ বৰ্গফুট। ইয়াৰ বাবে তেওঁ ১৫.৪২ কোটি টকা ব্যয় কৰিছিল।

অভিষেক-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনা এতিয়া এমাহ ধৰি পুনৰ চৰ্চিত হৈছে। শুনা গৈছে যে ননদ শ্বেতা আৰু শাহুৱেক জয়া বচ্চনৰ সৈতে হোৱা সংঘাতৰ বাবে ঐশ্বৰ্য ৰায় বচ্চনে ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছে।

অভিষেক বচ্চনে ‘পনিয়িন চেলভান ২’ চিনেমাখন চাই এক্স হেণ্ডেলত এটা পোষ্ট কৰিছিল। এতিয়া ধাৰণা কৰা হৈছে যে অভিষেকে সকলো পাহৰি ঐশ্বৰ্যৰ সৈতে এখন নতুন পৃথিৱী আৰম্ভ কৰিব।

Recent News

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

দুমাহৰ পিছত প্ৰাণ ঘূৰি আহিছে পেহেলগামলৈ : পুনৰ পৰ্যটকেৰে ভৰি পৰিছে ভূস্বৰ্গ

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd