• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদালতে নিজাববীয়া গোচৰ লোৱা এপিএছ-এচিএছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰক- ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 27, 2024 4:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপিছচি কেলেংকাৰিত অভিযুক্ত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে নিৰ্লজ্জভাৱে গ্ৰহণ কৰি অহা স্থিতিত আমি স্তম্ভিত হৈছো। এছ আই টি গঠনৰ মাজেৰে কেনেকৈ গোটেই প্ৰক্ৰিয়াটো দীঘলীয়া কৰাৰ লগতে অভিযুক্তক বচোৱাৰ চেষ্টা চলোৱা হৈছে সেয়া আদালতে লোৱা পদক্ষেপতে প্ৰমাণিত হৈছে।

আদালতে দোষী সাব্যস্ত কৰাৰ পিছতো ২৬ জন কৃষি উন্নয়ন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত নকৰি জামিন লোৱাৰ সুযোগ কৰি দিছে। জামিন পোৱাৰ ক্ষেত্ৰত চৰকাৰী অধিবক্তাই কি ভুমিকা ল’ব পাৰে সেয়া জিংকি মিলিৰ ভুৱা ট্ৰেডিং গোচৰত প্ৰমাণিত হৈছে।

ডি ৱাই এফ আইয়ে দাবী কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা আৰু আদালতে নিজাববীয়াকৈ গোচৰ লোৱা পিছত কোনো পলম নকৰাকৈ বিষয়াসকলক বৰ্খাস্ত কৰক। এপিএছ নৱনীতা শৰ্মা, অসীমা কলিতা, অমৃতৰাজ চৌধুৰী, ঋতুৰাজ দলে আৰু স্বৰূপ কুমাৰ ভট্টাচাৰ্য,
এচিছ- নন্দিতা হাজৰিকা ত্ৰিদীপ ৰয়, জগদীশ ব্ৰহ্ম আৰু বিক্ৰম আদিত্য বৰা বৰ্খাস্ত কৰি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ পৰিচয় দিয়ক। ইতিমধ্যে আমি দেখিছোঁ মুখ্যমন্ত্ৰীয়ে নিযুক্তিৰ ক্ষেত্ৰতো স্বৈৰাচাৰী মনোভাৱেৰে কেৱল নিজৰ প্ৰাৰ্থীকহে নিযুক্তি দিছে।

Apply Now

জনস্বাস্থ্য বিভাগত ১০১ প্ৰাৰ্থীক লিখিত পৰীক্ষা অবিহনেই নিযুক্তি দিছে। অসম সচিবালয়ত বিজ্ঞাপন অবিহনেই বহু নিজৰ প্ৰাৰ্থীক নিযুক্তি দিছে। এই ক্ষেত্ৰত তেওঁলোকে বিশেষ কৌশল গ্ৰহণ কৰিছে। প্ৰথমতে ঠিকা ভিত্তিক নিযুক্তি দি ইয়াৰ কেইমাহমান পিছতে অভিজ্ঞতাৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়ে। এয়া অসম যুৱক-যুৱতীৰ প্ৰতি চৰম অন্যায়।

এই অন্যায়ৰ বিৰুদ্ধে আৰু আদালতে দোষী সাব্যস্ত কৰা তথা আদালতত বিচাৰাধীন হৈ থকা অভিযুক্তক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতিবাদত শীঘ্ৰে ডি ৱাই এফ আইয়ে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। ইয়াৰ লগে লগে ৰাজ্যৰ অন্য প্ৰান্ততো নিযুক্তি কেলেংকাৰিত অভিযুক্তক সুৰক্ষা দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰচাৰ আৰু প্ৰতিবাদ কৰা হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

November 20, 2026 9:25 pm
ফাইনেল নোহোৱাকৈয়ে পাকিস্তান বিজয়ী! দৃষ্টিহীন এছিয়া কাপত পক্ষপাতিত্বৰ অভিযোগ ভাৰতীয় ক্ৰিকেট সংস্থাৰ

ফাইনেল নোহোৱাকৈয়ে পাকিস্তান বিজয়ী! দৃষ্টিহীন এছিয়া কাপত পক্ষপাতিত্বৰ অভিযোগ ভাৰতীয় ক্ৰিকেট সংস্থাৰ

November 20, 2026 8:46 pm
পশ্চিম এছিয়াৰ উত্তেজনাৰ বোজা!  ৮৭.৫% বাঢ়িল ভাৰতৰ খাৰুৱা তেলৰ আমদানি ব্যয়

পশ্চিম এছিয়াৰ উত্তেজনাৰ বোজা!  ৮৭.৫% বাঢ়িল ভাৰতৰ খাৰুৱা তেলৰ আমদানি ব্যয়

November 20, 2026 7:42 pm
প্ৰকৃতিৰ তাণ্ডৱ নে মানৱসৃষ্ট বিপৰ্যয়? ইণ্ডোনেছিয়াৰ বনজুইয়ে জুৰুলা কৰিছে দেশখনৰ জিডিপি আৰু জনস্বাস্থ্য

প্ৰকৃতিৰ তাণ্ডৱ নে মানৱসৃষ্ট বিপৰ্যয়? ইণ্ডোনেছিয়াৰ বনজুইয়ে জুৰুলা কৰিছে দেশখনৰ জিডিপি আৰু জনস্বাস্থ্য

November 20, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

“উন্নয়নৰ বিৰোধী নহয়, কিন্তু মানুহৰ জীৱন আৰু স্বাৰ্থৰ বিনিময়ত উন্নয়ন নামানো!”— চিয়াং বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল প্ৰতিবাদকাৰী

November 20, 2026 9:25 pm
ফাইনেল নোহোৱাকৈয়ে পাকিস্তান বিজয়ী! দৃষ্টিহীন এছিয়া কাপত পক্ষপাতিত্বৰ অভিযোগ ভাৰতীয় ক্ৰিকেট সংস্থাৰ

ফাইনেল নোহোৱাকৈয়ে পাকিস্তান বিজয়ী! দৃষ্টিহীন এছিয়া কাপত পক্ষপাতিত্বৰ অভিযোগ ভাৰতীয় ক্ৰিকেট সংস্থাৰ

November 20, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd