• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিদেশতো ৰাহুল, বলীউডতো ৰাহুল! এইবাৰ ৰাহুল গান্ধীৰ প্ৰশংসাত পঞ্চমুখ বলীউডৰ তাৰকা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 29, 2024 9:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিৰ সম্পৰ্কে মুকলিকৈ মন্তব্য কৰা তাৰকা বলীউডত খুব কম। অৱশ্যে বিজেপিৰ টিকটত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে অভিনেত্ৰী কংগনা ৰানাৱটে কেইবাবাৰো ৰাজনীতি সম্পৰ্কে বহুৰ ৰাজহুৱা মন্তব্য কৰিছিল।

আগৰে পৰা ৰাহুল গান্ধীক যথেষ্ট ঠাট্টা-মস্কৰা কৰি আহিছে কংগনা ৰাণাওটে। কিন্তু তাৰ বিপৰীতে এইবাৰ বলীউডৰ নবাব ছাইফ আলী খানে ৰাজহুৱাভাৱে প্ৰশংসা কৰিলে ৰাহুল গান্ধীক। ইয়াৰ পিছৰ পৰাই ৰাজনীতি আৰু মনোৰঞ্জনৰ জগতখন এক নতুন চৰ্চাৰ বিষয়ৰ আগমন হৈছে।

Apply Now

শেহতীয়াকৈ ছাইফ আলী খানে তেওঁৰ পৰৱৰ্তী ছবি ‘ডেব্ৰা পাৰ্ট-১’ৰ প্ৰচাৰৰ বাবে ইণ্ডিয়া টুডেৰ কনক্লেভত অংশগ্ৰহণ কৰিছিল। অভিনেতাজনক সাংবাদিকে কেনেকুৱা ৰাজনীতিবিদক ভাল পায় বুলি সোধাত কয়, “মই এজন সাহসী, সৎ ৰাজনীতিবিদক ভাল পাওঁ।”

ইয়াৰ পিছতেই সাংবাদিকে সোধে, “ভৱিষ্যতে কোনে দেশক আগুৱাই নিব বুলি ভাবিছে?”  ইয়াৰ প্ৰতি সঁহাৰি জনাই ছাইফ আলী খানে লগে লগে ৰাহুল গান্ধীৰ নাম লয়।

ছাইফ আলী খানে কয়, ‘নৰেন্দ্ৰ মোডী, কেজৰিৱাল বা ৰাহুল গান্ধী, এই আটাইকেইজনেই সাহসী ৰাজনীতিবিদ। কিন্তু ৰাহুল গান্ধীয়ে যি কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় বুলি মই ভাবো। এটা সময়ত মানুহে তেওঁৰ বিভিন্ন মন্তব্য বা কামক অসন্মান কৰি বহুত ঠাট্টা-মস্কৰা কৰিছিল, কিন্তু ৰাহুলে যিদৰে কঠোৰ পৰিশ্ৰম কৰিছে আৰু সেইবোৰৰ প্ৰতি সঁহাৰি জনাইছে, সেয়া অতি আকৰ্ষণীয়।”

ছাইফ আলী খানৰ এই মন্তব্যৰ ভিডিঅ’ নিমিষতে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। বহু নেটিজেনে ছাইফ আলী খানক “ৰাহুল গান্ধীৰ ষ্টাৰ কেম্পেইনাৰ” বুলি অভিহিত কৰে।

Saif Ali Khan praising Rahul Gandhi for being a Brave and honest politician! 🙌🏻 pic.twitter.com/ARf2ZbJdkX

— Reshma Alam (@Reshma_alamD) September 26, 2024

মন কৰিবলগীয়া যে ‘তাণ্ডব’ ধাৰাবাহিকত প্ৰধানমন্ত্ৰীৰ পদৰ উত্তৰাধিকাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল ছাইফ আলী খানে। সেই ধাৰাবাহিকখনত বহুতে ছাইফৰ চৰিত্ৰ আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ মাজত সাদৃশ্য বিচাৰি পাইছিল। অৱশ্যে ছাইফে কেতিয়াও ৰাজহুৱাভাৱে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাছিল। কিন্তু এইবাৰ বলীউডৰ নবাবে ৰাজহুৱাভাৱে প্ৰশংসা কৰিলে ৰাহুলক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd