• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালত ভয়ানক বান পৰিস্থিতি : প্ৰায় ২০০জনৰ মৃত্যু, ৩০ জনতকৈ অধিক নিৰুদ্দেশ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 30, 2024 8:00 pm
331
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া দেশ নেপালত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ। দেশখনৰ কেইবাঠাইতো হোৱা বানৰ ফলত প্ৰায় ২০০ জন লোকে প্ৰাণ হেৰুৱাইছে। কমেও ৩০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

নেপাল সেনাৰ সূত্ৰ অনুসৰি বৰ্তমানলৈকে কম-বেছি পৰিমাণে ৪ হাজাৰ লোক বানত আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

যোৱা শুকুৰবাৰৰ পৰা সমগ্ৰ নেপালত অবিৰতভাৱে বৰষুণ দি আহিছে। যাৰ ফলতেই এই বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন সংঘটিত হৈছে।

শেহতীয়া খবৰ অনুসৰি এতিয়ালৈকে বানপানীৰ বাবে ১৯২ জন লোকে প্ৰাণ হেৰুৱাইছে। কমেও ৩০ জন লোক সন্ধানহীন হৈ আছে। সমগ্ৰ দেশতে আহত হৈছে ৯৪ জন লোক। প্ৰায় ৪৫০০ লোক বানত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে নেপাল সেনাৰ সূত্ৰই।

Recent News

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

অ’বিচি প্ৰমাণপত্ৰ বাতিলৰ গোচৰ: মঙলবাৰে অন্তৱৰ্তীকালীন ৰায়দান দিব কলিকতা উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd